--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৯৭৫ চনৰ পৰা আৰম্ভ হৈছিল এদিনীয়া ক্ৰিকেট বিশ্বকাপ। আৰম্ভণিৰে পৰা কেইবাখনো দেশে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ আহিছে। চাও আহক বিশ্বকাপ ক্ৰিকেট খেলা দেশসমূহৰ তালিকা।

আৰম্ভণিৰে পৰা ইংলেণ্ড, ভাৰত, অষ্ট্ৰেলিয়া, পাকিস্তান, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকাই ক্ৰিকেট বিশ্বকাপ খেলি আহিছে। মুঠ ১৩ বাৰ। ইয়াৰ ভিতৰত অষ্ট্ৰেলিয়াই পাঁচবাৰ, ভাৰতে দুবাৰ আৰু পাকিস্তান, শ্ৰীলংকা, ইংলেণ্ডে এবাৰকৈ বিশ্বকাপ জয় কৰিছে।

এসময়ত ক্ৰিকেটৰ মহাশক্তি ৱেষ্ট ইণ্ডিজ। আৰম্ভণিৰে পৰা খেলিছে কিন্তু এইবাৰ কোৱালিফাই নহ’ল। সেয়ে ১২ বাৰ খেলিছে। আফ্ৰিকা মহাদেশৰ  জিম্বাবুৱেই ১৯৮৩ চনৰ পৰা ২০১৫ চনলৈ ৯ বাৰ বিশ্বকাপত খেলিছে। দক্ষিণ আফ্ৰিকাই ১৯৯২ চনৰ পৰা ২০২৩ চনলৈকে ৯ বাৰ খেলিছে। বাংলাদেশে ১৯৯৯ চনৰ পৰা ২০২৩ চনলৈ সাতবাৰ খেলিছে।

ইউৰোপিয়ান দেশ নেদাৰলেণ্ডে ১৯৯৬ৰ পৰা ২০২৩লৈকে পাঁচবাৰ খেলিছে। অনুৰূপধৰণে কেনিয়াই ১৯৯৬ ৰ পৰা ২০১১ লৈকে ৫ বাৰ খেলিছে। কানাডাই ১৯৭৯ৰ পৰা ২০১১ বিশ্বকাপলৈকে ৪ বাৰ খেলিছে। আয়াৰলেণ্ডে ২০০৭ৰ পৰা ২০১৫লৈকে ৩ বাৰ খেলিছে। আফগানিস্তানে ২০১৫ৰ পৰা ২০২৩লৈকে ৩ বাৰ খেলিছে। স্কটলেণ্ডেও ৩ বাৰ- ১৯৯৯, ২০০৭, ২০১৫।

সংযুক্ত আৰৱ আমিৰাত (UAE)-য়ে - ২ বাৰ খেলিছে-  ১৯৯৬ আৰু ২০১৫লৈকে। নামিবিয়া আৰু বাৰ্মুদাই ক্ৰমে ২০০৩ আৰু ২০০৭ বিশ্বকাপত এবাৰকৈ খেলিছিল। ইয়াৰ উপৰিও উগাণ্ডা, তাঞ্জানিয়াকে ধৰি কেইবাখনো দেশেৰে গঠিত পূৱ আফ্ৰিকাই ১৯৭৫ চনৰ বিশ্বকাপ খেলিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক