--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ মাজভাগত চলি আছে আই পি এলৰ প্ৰস্তুতি। ১৯ ডিচেম্বৰত অনুষ্ঠিত হ’ব এই নিলাম। ডুবাইত অনুষ্ঠিত হ’ব এই নিলাম। চৰ্চাত আছে ৰচীন ৰবীন্দ্ৰৰ নাম। নিউজিলেণ্ডৰ এই অল-ৰাউণ্ডাৰগৰাকীয়ে বিশ্বকাপত ৫৬৫ ৰান সংগ্ৰহ কৰে। সেইটোৱেই হৈছে এই বিশ্বকাপত এতিয়ালৈকে সৰ্বাধিক ৰান। এনে এজন ক্ৰিকেটাৰ পাবলৈ হ’লে আই পি এলৰ নিলামত ধুমুহাৰ সৃষ্টি হ’ব পাৰে। কোনসমূহ দলে তেওঁক বিচাৰে?

পঞ্জাৱ দলৰ তিনি নম্বৰত বেটিঙৰ অভাৱ। পঞ্জাবে তিনি নম্বৰ স্থানত মেথিউ শ্বৰ্ট, ভানুকা ৰাজাপাকছা আৰু অথৰভা টাউডেক চেষ্টা কৰিছিল। কিন্তু কোনো এজনেই দলৰ আস্থা হ’ব নোৱাৰিলে। সেয়ে তেওঁলোকে ৰাছিনৰ ওপৰত চকু ৰাখিছে।

হায়দৰাবাদে চলিত বৰ্ষৰ আই পি এলৰ তলৰ স্থানত অন্ত পেলাইছিল। ১৪খন খেলৰ ভিতৰত মাত্ৰ চাৰিখন খেলতে জয়লাভ কৰে। দলটোৰ বেটিং বিভাগ বাৰে বাৰে বিফল হ’ল৷ ৰাহুল ত্ৰিপাঠী একেবাৰে ফৰ্মত নাছিল। ৰাহুলৰ দুৰ্বল ফৰ্মৰ বাবেই হায়দৰাবাদে ক্ষতিগ্ৰস্ত হয়। ৰাচিনে সেই অভাৱ পূৰণ কৰিব পাৰে। গতিকে হায়দৰাবাদে ৰাচিনক নিলামত পাবলৈ জপিয়াই পৰিব।

কলকাতা নাইট ৰাইডাৰ্ছৰ সমস্যা হৈছে অ’পেনাৰৰ সৈতে। কেতিয়াবা ৰহমানুল্লাহ গুৰবাজে, কেতিয়াবা লিটন দাসে অপেনিং কৰিছে। কিন্তু কোনোৱেই ৰান কৰিব পৰা নাছিল। কেকেআৰে সেই ঠাইত ৰচিনক বিচাৰিব। এই বিশ্বকাপত ৰাচিনেও অ’পেনাৰ হিচাপে খেলিছিল। গতিকে  কলকাতাই নিলামত ল’ব পাৰে কিউই অল-ৰাউণ্ডাৰগৰাকীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক