--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপ জয় নোপোৱাৰ পিছতো বাবৰ আজম, ৰিজৱানহঁত খালী হাতে ঘৰলৈ উভতি অহা নাই। লীগ পৰ্যায়ত ৯খন খেলৰ ভিতৰত পাঁচখন খেলত জয়ী নোহোৱাৰ বাবে বাবাৰে ছেমি ফাইনেল খেলিব পৰা নাই। শনিবাৰে ইংলেণ্ডৰ হাতত পৰাস্ত হৈ দেওবাৰে ঘৰলৈ উভতি যায়। অৱশ্যে তেওঁ লগত লৈ গৈছে বিপুল পৰিমাণৰ পুৰস্কাৰৰ ধন।

অন্তিম চাৰিটাত স্থান নাপালেও এই পুৰস্কাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ পৰা ২ লাখ ৬০ হাজাৰ ডলাৰ লাভ কৰিছে। পাকিস্তানৰ মুদ্ৰাত, যাৰ পৰিমাণ ৭ কোটি ৩৩ লাখ টকাতকৈও অধিক। ভাৰতীয় মূল্যত ২ কোটি ১৪ লাখ টকাতকৈ অধিক।

লীগৰ প্ৰতিখন জয়ী মেচত পাকিস্তানে ৪০ হাজাৰ ডলাৰ (প্ৰায় ৩৩ লাখ ৩৪ হাজাৰ টকা) লাভ কৰিছে। চাৰিখন মেচত জয়ী হোৱাৰ বাবে ১ লাখ ৬০ হাজাৰ টকা (প্ৰায় ১ কোটি ৩৩ লাখ টকা) লাভ কৰিছে। ইয়াৰ বাহিৰেও ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰা দলক ১ লাখ ডলাৰ (প্ৰায় ৮৩ লাখ ৩৫ হাজাৰ টকা) প্ৰদান কৰিছে আই চি চিয়ে।

বাবৰঁহতে বিশ্বকাপ খেলিবলৈ অহাৰ আগতে পাঁচ মাহ ধৰি দৰমহা পোৱা নাছিল। পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ সৈতে হোৱা কেন্দ্ৰীয় চুক্তি অনুসৰি প্ৰতিমাহে ক্ৰিকেটাৰসকলে নিৰ্দিষ্ট পৰিমাণৰ ধন পোৱাৰ কথা। কিন্তু পিচিবিৰ প্ৰশাসনিক জটিলতাৰ বাবে ক্ৰিকেটাৰসকলৰ দৰমহা বন্ধ হৈ পৰে। গতিকে তেওঁলোকে বিশ্বকাপ জয় নকৰিলেও বাবৰে আৰ্থিকভাৱে লাভৱান হ’ব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক