--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিমান নৃশংস হ’লে পত্নীৰ এই অৱস্থা কৰিব পাৰে স্বামীয়ে! কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ এগৰাকী মহিলাৰ স্বামীয়ে মদ্যপান কৰি চকু আৰু গালত কামোৰাৰ ফলত গুৰুতৰভাৱে আহত হয়।

সোমবাৰে নিশা বেলথাংগাডী অঞ্চলৰ বাসিন্দা সুৰেশ আৰু তেওঁৰ পত্নীৰ মাজত কাজিয়াত লিপ্ত হোৱাৰ পাছতে স্বামীয়ে পত্নীক আক্ৰমণ কৰে। দক্ষিণ কানাড়া আৰক্ষী অধীক্ষক ঋষ্যান্তই ইণ্ডিয়া টুডেক জনোৱা মতে, ৫৫ বছৰীয়া সুৰেশে পত্নীক হাত আৰু হেলমেটেৰে আক্ৰমণ কৰি মুখত কামোৰাৰ ফলত ৰক্তক্ষৰণ হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আনকি মাকক উদ্ধাৰ কৰিবলৈ অহা তেওঁলোকৰ ছোৱালীজনীকো পিতৃয়ে আক্ৰমণ কৰে। তাৰ পাছত পৰিস্থিতি বিষম দেখি ছোৱালীজনীয়ে ঘৰৰ পৰা পলাই গ’ল।

মঙলবাৰে পুৱা মহিলাগৰাকীক অচেতন অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ হয়। বৰ্তমান তেওঁ আৰু তেওঁৰ কন্যা চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক