--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত ভাৰতত বিবাহৰ বতৰ চলি আছে। দেশৰ প্ৰতিটো কোণতে বিবাহ(Marriage) অনুষ্ঠিত হৈছে। এই সময়ছোৱাত বিবাহ সম্পৰ্কীয় এটা ভিডিঅ' ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। 

ভিডিঅ'টোত দৰা আৰু কইনাক একেলগে দেখিবলৈ পোৱা গৈছে। সেই সময়ত বৰমালা পিন্ধোৱাৰ কাৰ্যসূচী চলি আছিল। আপুনি দেখিব যে কইনাই দৰাক বৰমালা পিন্ধাইছে, আনহাতে দৰাজনেও তেওঁৰ কইনাক মালা পিন্ধাবৰ বাবে অপেক্ষা কৰি আছে। 

ভিডিঅ'টোৰ আটাইতকৈ আমোদজনক কথাটো ইয়াতে আছে। আপুনি দেখিব যে দৰাজনে তেওঁৰ কইনাক জয়মালা পিন্ধোৱাৰ লগে লগে তেওঁৰ সুখ নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে। কইনাক মালা পিন্ধায়েই দৰাজন ফূৰ্তিত 'আউট অৱ কণ্ট্ৰল' হৈ পৰে আৰু অকণো লাজ নকৰাকৈ সকলোৰে সন্মুখত জঁপিয়াই জঁপিয়াই নাচিবলৈ আৰম্ভ কৰে।  

ভিডিঅ'টো চাওক - 

নেটিজেনসকলে মন্তব্য কৰিছে যে নিশ্চয়কৈ দৰাই নিজৰ প্ৰেমিকাক বিয়া কৰাব পাৰিলে সেয়েহে মনত ইমান ফূৰ্তি। ভিডিঅ'টোত, আপুনি দৰাৰ উত্তেজনা স্পষ্টভাৱে দেখিবলৈ পাব। মাত্ৰ ৩৪ ছেকেণ্ডৰ ভিডিঅ'টো ইমান ধেমেলীয়া যে এতিয়ালৈকে ইয়াক লাখ লাখ লোকে চাইছে। 

জীৱনসংগীক লগ পাই ৰোমাঞ্চিত হৈ দৰাজনে বিয়ালৈ অহা অতিথিসকলৰ সন্মুখতে অলপো আফচোচ নকৰি মঞ্চত কঁকাল ভাঙি নাচিবলৈ আৰম্ভ কৰে। ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলেও দৰাৰ উৎসাহ দেখি বহুত আনন্দ পাইছে। বহুতে কৈছে যে ''নিশ্চয় দৰাৰ নিজৰ ইচ্ছা পূৰণ হৈছে।''

আৰু পঢ়কঃ পুনৰ পিতৃ হোৱাৰ পথত পুটিন! গাৰ্লফ্ৰেণ্ড এলিনা গৰ্ভৱতী বুলি জানি খং উঠিছে পুটিনৰ

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত