--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বলীউডৰ কিং খানৰ ঘৰত বিনা নিমন্ত্ৰণত উপস্থিত হয় কৌতুক অভিনেতা কপিল শৰ্মা৷ তাৰ পাছত যি ঘটিল আপুনি শুনিলে আপোনাৰ চকু কপালত উঠিব৷ হাস্যৰসিক কথা আৰু কাৰ্যকলাপৰ বাবে অনুৰাগীৰ হৃদয় জয় কৰে কৌতুক অভিনেতা কপিল শৰ্মাই৷ শেহতীয়াকৈ কপিলে ৰোমন্থন কৰা এটা স্মৃতিয়ে অনুৰাগীৰ মন চুই যাবলৈ সক্ষম হয়৷ কপিল শৰ্মাই অনুমতি অবিহনে শ্বাহৰুখ খানৰ ঘৰত প্ৰৱেশ কৰিছিল। তেওঁ নিমন্ত্ৰণ অবিহনে এটি বিশেষ দিনৰ অতিথি হৈ পৰিছিল কিং খানৰ। কৌতুক অভিনেতাজনে অলপতে তেওঁৰ অনুষ্ঠানত এই বিষয়ে ৰোমন্থন কৰি দৰ্শকক হাঁহিৰ খোৰাক দিয়ে। কপিলে কিং খানৰ বিলাসী বাসগৃহ 'মন্নত' চাব বিচাৰিছিল। যাৰ উদ্দেশ্যে কপিলে তেওঁৰ ভগ্নী প্ৰাৰ্থনাৰ সৈতে সাক্ষাৎ কৰিবলৈ শ্বাহৰুখৰ বাসগৃহলৈ ৰাওনা হৈছিল। কিন্তু তাৰ পাছত কি ঘটিছিল? কপিলে কৈছিল, 'মই মোৰ ভগ্নীৰ সৈতে শ্বাহৰুখ ছাৰৰ ঘৰলৈ গৈছিলো। তালৈ গৈ মই দেখিছিলো যে বলীউডৰ তাৰকাসকলৰ সৈতে এটা পাৰ্টী চলি আছে আৰু ঘৰৰ দুৱাৰখন খোলা আছিল। মই মোৰ ড্ৰাইভাৰক গাড়ীখন লৈ ঘৰত প্ৰৱেশ কৰিবলৈ কৈছিলো।' ঘৰত প্ৰৱেশ কৰাৰ পাছতেই কিং খানে আথৌ-বিথৌকৈ মাতি মাতি নিছিল কপিলক৷ তাৰ পাছতেই কপিল আৰু তেওঁৰ ভনীয়েকক পোনপটীয়াকৈ পাৰ্টীলৈ লৈ গৈছিল। ৰাতি তিনি বজাত, কপিলে কিং খানৰ ঘৰত সাধাৰণ পোছাকেৰে পিন্ধি গৌৰী খানৰ সন্মুখত থিয় হৈছিল। কপিলক দেখি শ্বাহৰুখৰ সহধৰ্মিনী গৌৰী খান আনন্দিত হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি