--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১২ চনত বলীউডে লাভ কৰিলে নতুন জনপ্ৰিয় দম্পতী। ছৈফ আলী খান আৰু কৰীনা কাপুৰ। তেতিয়াৰ পৰাই তেওঁলোকৰ বিষয়ে বহু চৰ্চা চলিছে। প্ৰায় ১২ বছৰ পাৰ হৈ গ’ল যদিও নবাব আৰু বেবোৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই। কৰীনাৰ ঘৰৰ সন্মুখত ফটোগ্ৰাফাৰসকল সদায় কেমেৰা লৈ সাজু। ক’লৈ গৈ আছে কৰীনা, কোন আহি আছে তাইৰ ঘৰলৈ, সকলোবোৰ কেমেৰাত বন্দী কৰিছে ফটো হাণ্টাৰৰ দলটোৱে। ‘ছাইফিনা’ দম্পতীয়ে অভ্যস্ত হৈ পৰিছে। কিন্তু তেওঁলোকৰ সৰু ল’ৰা দুটা? তেওঁলোকে হয়তো ভাল নাপায়! এইবাৰ কৰীনাৰ তিনি বছৰীয়া পুত্ৰ জাহাংগীৰ আলী খান তেনে এক আবিৰ্ভাৱ।

দেওবাৰে দুপৰীয়া জেহ (ডাকনাম) মাকৰ হাতত ধৰি ফুৰিবলৈ ওলাইছিল। বহু দিনৰ মূৰত ছাইফাইনাই পুত্ৰৰ সৈতে কৰীনাক দেখি ইখনৰ পিছত সিখনকৈ ফটো তুলিবলৈ ধৰিলে। ফটো তোলাৰ সময়ত যদিও কৰীনাই বিশেষ গুৰুত্ব নিদিলে, তথাপি কণমানি জেহৰ খং উঠিল। চকু দুটা ডাঙৰ কৰি ফটোগ্ৰাফাৰসকলৰ ফালে চালে। মাকৰ ছবি তোলাত অসন্তুষ্টি ভাৱ দেখুৱায়।

কেইবছৰমান আগতে কৰীনাৰ ডাঙৰ পুত্ৰ টাইমুৰ আলী খানে কৰীনাৰ ফটো তোলাৰ বাবে ফটোগ্ৰাফাৰক লৈ খং কৰিছিল। এইবাৰ সৰু ল’ৰাটোৰ আচৰণ দেখি ফটোগ্ৰাফাৰসকল হাঁহিত ফাটি গ’ল। আনকি কোনো কোনোৱে জেহক দাদা টাইমুৰৰ ‘কাৰ্বন কপি’ বুলিও কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ