--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দৈনন্দিন জীৱনৰ খাদ্যভ্যাসৰ বাবে আমাৰ শৰীৰত বহুতো সমস্যাই দেখা দিয়ে। ইয়াৰে এটা প্ৰধান সমস্যা হৈছে ৰক্তহীনতাত ভোগা হাড় আৰু দাঁতৰ বহুতো এই সমস্যাসমূহ ঘৰুৱা উপাদানেৰে কেনেকৈ দূৰ কৰিব পৰা যায় জানো আহক।

ক’লা কচুৰ উপকাৰিতা-

১) বনৰীয়া কলা কচু সচৰাচৰ সহজতে পোৱা এবিধ খাদ্য।

লা কচু গৰমৰ দিনত স্বাস্থ্য বাবে খুবেই ভাল। ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ পোৱা যায়।

২) ক’লা কচুৰ পাত অৰ্থাৎ কচু শাকত প্ৰচুৰ পৰিমাণে প্ৰটিন, আঁহ, আৰু বিভিন্ন প্ৰকাৰৰ ভিটামিন পোৱা যায়।

৩) কচু শাকত ভিটামিন-, ভিটামিন-বি যৌগ, ভিটামিন-চি, ভিটামিন-, অমেগা-৩ ফেটি এচিড, অমেগা-৬ ফেটি এচিড, বিভিন্ন প্ৰকাৰৰ খনিজ যেনে-কেলচিয়াম, মেংগানিজ, মেগনেছিয়াম, কপাৰ, ফচফৰাছ আদি পোৱা যায়।

* কেনেকৈ তৈয়াৰ কৰিব?

কচুৰ ঠাৰিৰ বাকলি গুচাই বা নুগুচোৱাকৈয়ো খাব পাৰি। জালুক, জলকীয়া, নেহৰু, গৰম মছলা আৰু অকণমান মিঠাতেলৰ সৈতে সহজতেই সুন্দৰকৈ খাবলৈ সোৱাদ হোৱাৰ লগতে দেহৰ বাবে উপযোগী এইবিধ খাদ্য  ৰক্তহীনতা ৰোগত কচু বহু উপকাৰী কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, ভিটামিন-বি ৬ আৰু ফলেট উপৰি কেলচিয়ামে হাড় আৰু দাঁত মজবুত ৰখাত সহায় কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ