--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি ২৭ জেঠ, ১১ জুন, ৰাশিফলৰ দৃষ্টিকোণৰ পৰা মিথুন, কৰ্কট, মীন ৰাশি জাতক-জাতিকাসকলৰ দিনটো শুভ।আন আন ৰাশিৰ বাবে আজিৰ দিনটো কেনে যাব ​​জানো আহক

মেষ ৰাশি :-আজিৰ দিনটো আপোনাৰ বাবে শুভ, বন্ধু-বান্ধৱৰ লগতে বয়োজ্যেষ্ঠসকলৰ সহায়-সহযোগ লাভ কৰিব। বিতৰ্কত পৰা আঁতৰি থাকক। চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ দেখা যায়।

বৃষ ৰাশি :-এই ৰাশৰ জাতক-জাতিকসকলৰ আজিৰ দিনটো মধ্যম হোৱাৰ লগতে ব্যৱসায়ত ভালেই দেখা যায়। কিন্তু যিকোনো সিদ্ধান্ত গ্ৰহণ কৰোতে সাৱধান হোৱা বাঞ্ছনীয়।

মিথুন :-মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো ইতিবাচক বুলিব পাৰি। পাৰিবাৰিক সম্পৰ্কত মধুৰতা দেখা যায়। ব্যৱসায়ত শুভ, ঘৰত ধৰ্মীয় অনুষ্ঠানৰ সম্ভাৱনা দেখা যায়।

কৰ্কট :-কৰ্কট ৰাশিৰ লোকসকলৰ আজিৰ দিনটো শুভ, ব্যৱসায়ৰ সন্দৰ্ভত প্ৰয়োজনীয় নীতি নিৰ্ধাৰণ নকৰিব। ঘনিষ্ঠ ব্যক্তিয়ে দিনটোৰ আৰম্ভণিতে প্ৰতাৰণা কৰিব পাৰে গতিকে সজাগ হওক। বিতৰ্ক এৰাই চলক।

সিংহ :-সিংহ ৰাশিৰ লোকসকলৰ আজিৰ দিনটো প্ৰতিকূল বুলিব পাৰি। খৰচ বাঢ়িব পাৰি। তৰ্ক-বিতৰ্ক এৰাই চলক, স্বাস্থ্যৰ প্ৰতি অলপ সচেতন হওক।

কন্যা :-কন্যাৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ। পুৰণি বন্ধুক লগ পাব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ সকলোৱে শলাগ ল’ব। অপ্ৰয়োজনীয়ভাৱে তৰ্ক এৰাই চলক।

তুলা ৰাশি :-তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো মধ্যম। কামৰ হেঁচাত মনটো গধুৰ হৈ থাকিব পাৰে। বন্ধু-বান্ধৱী আৰু শুভাকাংক্ষীৰ পৰা সমৰ্থন লাভ কৰিব।

বৃশ্চিক :-বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো শুভ কিন্তু অতিৰিক্ত কামৰ হেঁচাৰ বাবে মানসিক চাপত ভুগিব পাৰে। স্বাস্থ্যৰ প্ৰতি সজাগ হওক। আৰ্থিক ক্ষেত্ৰত আজিৰ দিনটো ভালেই দেখা যায়।

ধনু :-আজিৰ দিনটোৰ বাবে এই ৰাশিৰ লোকসকলৰ শুভ বুলিব পাৰি। বিদ্যাৰ্থীসকলে সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰভাৱশালী ব্যক্তিৰ সংস্পৰ্শলৈ আহিব পাৰে, আৰ্থিক ক্ষেত্ৰত শুভ দেখা যায়।

মকৰ :-মকৰ ৰাশিৰ লোকসকলৰ আজিৰ দিনটো পুৰণি বিবাদ এৰাই চলি ইতিবাচক হ’বলৈ চেষ্টা কৰক। দিনটোত ব্যস্ততা বাঢ়িব পাৰে।

কুম্ভ :-কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো শুভ হোৱাৰ লগতে স্বাস্থ্যৰ উন্নতি হ’ব। এই ৰাশিৰ লোকসকলৰ ভ্ৰমণৰ যোগ দেখা যায় আৰু পুৰণি কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা প্ৰকট।

মীন :-মীন ৰাশিৰ লোকসকলৰ আজিৰ দিনটো শুভ। আৰ্থিক সাহায্য লাভ, পুৰণি কাম সম্পূৰ্ণ, স্বাস্থ্যত উন্নতি, আৰ্থিক ক্ষেত্ৰত ভালেই দেখা যায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ