--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাকিৰাৰ সৈতে ব্ৰেকআপ কৰাৰ পিছতে স্পেনিছ ফুটবল তাৰকা জেৰাৰ্ড পিকেই ক্লাৰা চিয়া মাৰ্টি নামৰ সুন্দৰী এগৰাকীৰ প্ৰতি প্ৰেমৰ কথা ঘোষণা কৰিছিল। স্পেইনৰ প্ৰাক্তন ফুটবল খেলুৱৈগৰাকীৰ প্ৰেমিকা হৈও ক্লাৰা ঘৰৰ বাহিৰ উলোৱা হয়। ঘৰতে বহি অফিচৰ কাম কৰি আছে ক্লাৰাই। কিন্তু কিয় ঘৰৰ পৰা উলোৱা নাই ক্লাৰা?

জানিব পৰা মতে, ক্লাৰাই নিজৰ ঘৰতে লুকাই আছে৷ ইয়াৰ কাৰণ হৈছে তাই শ্বাকিৰাক ভয় কৰে৷ স্পেইনৰ সাংবাদিক লৰেনা ভাস্কেজে এই কথা কৈছে। তেওঁ এটা প্ৰতিবেদনত লিখিছে, ক্লাৰাই ৰাজপথলৈ ওলাই গ’লে শ্বাকিৰা-অনুৰাগীৰ ক্ৰোধৰ সন্মুখীন হয়। বহুত অপমান শুনিব লগা হয়। সেইবাবেই ক্লাৰা ঘৰৰ বাহিৰলৈ নাযায়। পিতৃ-মাতৃৰ সৈতে ঘৰতে থাকে। তাৰ পৰাই তেওঁ অফিচৰ কাম চম্ভালি আছে। ২৩ বছৰীয়া ক্লাৰাই ঘৰৰ বাহিৰৰ কাৰো লগত কথাও নাপাতে।

কিছুদিন পূৰ্বে পিকেই নিজৰ ইনষ্টাগ্ৰামত প্ৰেমিকাৰ সৈতে এখন ছবি পোষ্ট কৰিছিল। ইয়াৰ দ্বাৰা বুজাব বিচৰা হৈছিল যে নতুন প্ৰেমিকাক লৈ পিকে সুখী। কিন্তু সকলোবোৰ ইমান সহজ নহয়! স্পেইনৰ ক্ৰীড়া সাংবাদিক জৰ্ডি মাৰ্টিনে কয় যে পিকেই শ্বাকিৰাৰ সৈতে বিচ্ছেদ হোৱাৰ বাবে অনুশোচনা কৰিছে। এমাহৰ পাছতে তেওঁ শ্বাকিৰাৰ ওচৰলৈ ঘূৰি আহিব বিচাৰিছিল। কিন্তু সেই সম্পৰ্কটো পুনৰ আৰম্ভ কৰিব বিচৰা নাছিল ছাকিৰাই। ইয়াৰ পিছত দুয়োৰে মাজত বিচ্ছেদ ঘটিল।

মাৰ্টিনে লগতে দাবী কৰে যে পিকেই আগতে বহুবাৰ বহু যুৱতীৰ সৈতে জড়িত আছিল। ছাকিৰাই বহুবাৰ ক্ষমা কৰি দিছিল। কিন্তু ক্লাৰা চিয়া মাৰ্টিৰ সৈতে পিকেৰ সম্পৰ্ক তেওঁ মানি ল’ব পৰা নাছিল।

পিকে-ছাকিৰা বিচ্ছেদৰ পিছৰে পৰা তিক্ততা বাঢ়িছে। এটা নতুন গীতত প্ৰাক্তন স্বামীক সমালোচনা কৰিছে ছাকিৰাই।  শ্বাকিৰাৰ গীতটোত কেইবাটাও শাৰী আছে, যিবোৰ পিকেৰ বাবে লিখা বুলি বিশ্বাস কৰে অনুৰাগীসকলে

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ