--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নাৰীসকলক আজিও সমাজৰ বহু লোকে হেয় জ্ঞান কৰে৷ অসমতো নাৰী সমাজৰ ওপৰত কটু মন্তব্য কৰাৰ বাবে ব্ৰাহ্মণ সমাজৰ সভাপতি পবিত্ৰ কুমাৰ শৰ্মা সমালোচনাৰো পাত্ৰ হৈছে৷ কিন্তু এনে সময়তে আশাৰ বাৰ্তা কঢ়িয়াই আনিছে কেৰালাৰ অথিৰা প্ৰীথা ৰাণীয়ে৷ভাৰতীয় মূলৰ কন্যা অথিৰা প্ৰীথা ৰাণীক নাছাৰ ২০২২ বৰ্ষৰ মহাকাশচাৰী প্ৰশিক্ষণৰ বাবে নিৰ্বাচন কৰা হৈছে৷ প্ৰীথা ৰাণীৰ বয়স ২৪ বছৰ৷ 

 প্ৰীথা ৰাণী কেৰালাৰ থিৰুৱন্তপুৰমৰ নিবাসী৷উল্লেখযোগ্য যে, নাছাই এই প্ৰশিক্ষণৰ বাবে সমগ্ৰ বিশ্বৰৰ মাত্ৰ ১২ জন লোককহে নিৰ্বাচন কৰিছে৷ সেই বাৰজন লোকৰ ভিতৰত আছে কেৰালাৰ প্ৰীথা৷ 

 নাছাই নিৰ্বাচিত লোক সকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব৷ এই প্ৰশিক্ষণ তিনিৰ পৰা পাঁচ বছৰীয়া হ’ব বুলি জানিব পৰা গৈছে৷প্ৰীথায়ে এই প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’লে কল্পনা চাওলা আৰু সুনীতা উইলিয়ামৰ পিছত মহাকাশলৈ যোৱা তৃতীয় গৰাকী মহিলা হ’ব৷ প্ৰীথাৰ সাফল্যৰ এই যাত্ৰা অব্যাহত থাকক আৰু বিশ্ববাসীৰ ওচৰত ভাৰতীয়ৰ মৰ্যাদা দুগুণ বৃদ্ধি কৰি তোলক৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ