--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডত কেতিয়ালৈ অভিষেক ঘটিব শ্বাহৰুখ তনয়  আৰিয়ানৰ? এই চৰ্চা বলিউডত দীৰ্ঘদিন ধৰি চলি আহিছে। 

শেহতীয়াকৈ আৰিয়ান খানক এখন চিনেমাৰ প্ৰস্তাৱ দিয়ে বলিউডৰ নতুন প্ৰতিভাসমূহৰ 'গডফাদাৰ’স্বৰূপ কৰণ জোহৰে। এবাৰ নহয়, কেইবাবাৰো জোহৰে আৰিয়ানক চিনেমাৰ প্ৰস্তাৱ দি আহিছে।

কিন্তু প্ৰতিবাৰেই জোহৰৰ চিনেমা নাকচ কৰি আহিছে আৰিয়ানে। প্ৰথমে জোহৰ আশাবাদী আছিল যদিও এতিয়া সকলো আশা বাদ দিছে। অৰ্থাৎ সহজে চিনেমালৈ নাহে আৰিয়ানখান।

কেৱল কৰণ জোহৰেই নহয়, আৰিয়ানৰ ওচৰলৈ চিনেমাৰ প্ৰস্তাৱ জয়া আখটাৰেও লৈ গৈছে। শুনিবলৈ পোৱা মতে, 'দা আৰ্চিজ’ নামৰ এখন চিনেমাৰ প্ৰস্তাৱ আৰিয়ানক দিয়া হৈছিল। কিন্তু অমান্তি হয় আৰিয়ান।

আৰিয়ানৰ স্পষ্ট কথা যে তেওঁ অভিনেতা হ’ব নিবিচাৰে। বৰঞ্চ কেমেৰাৰ পাছফালেহে থাকিবলৈ বিচাৰে।

একেই মন্তব্য প্ৰকাশ কৰিছে আৰিয়ানৰ পিতৃ শ্বাহৰুখেও। শ্বাহৰুখে কয় যে আৰিয়ানে পৰিচালক হ’বলৈহে বিচাৰে। কেমেৰাৰ পাছফালেহে আৰিয়ানে স্বাচ্ছন্দ্য অনুভৱ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক