--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সাধাৰণ জনতাই কিদৰে আছে সেয়া চোৱাৰ সময় কাৰো নাই। বাকী বস্তুৰ কথা বাদেই থিন এৰাৰ'ট বিস্কুট এপেকটৰ  দাম বাঢ়ি এতিয়া হৈছে ৪৫ টকা।মোদীজীৰ বাবেই আৰুনো কিমান সহ্য কৰিব? শেহতীয়াকৈ বিজেপিয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ৪১,০০০ টকা মূল্যৰ ডিজাইনাৰ টি-চাৰ্ট পিন্ধা এখন ফটো শ্বেয়াৰ কৰাৰ পিছতে কংগ্ৰেছে গেৰুৱা দলটোক "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ১০ লাখ টকাৰ চ্যুট" সম্পৰ্কে সোঁৱৰাই দিছে।

 বিজেপিয়ে ছ'চিয়েল মিডিয়াত ৰাহুলৰ বিষয়ে মন্ব্য কৰাৰ পিছতে দুয়োটা দলৰ মাজত এতিয়া মুখামুখি আক্ৰমণ আৰম্ভ হৈছে।কংগ্ৰেছৰ 'ভাৰত জোড়ো যাত্ৰা'ৰ সময়ত মুদ্ৰাস্ফীতিৰ বিষয়টো উত্থাপন কৰি অহা ৰাহুল গান্ধীয়ে ৪১,২৫৭ টকাৰ টি-চাৰ্ট পিন্ধি আছিল বুলি বিজেপিয়ে অভ্যোগ কৰিছিল। কংগ্ৰেছে প্ৰত্যুত্তৰ দি কৈছে "কেন্দ্ৰৰ শাসকীয় দলে ভয় খাইছে। ভাৰত জোড়ো যাত্ৰাৰ প্ৰতি জনসাধাৰণৰ সঁহাৰিত তেওংলোক শংকিত হৈছে।কংগ্ৰেছে কয়. টুইটাৰত কংগ্ৰেছে লিখিছে —ভাৰত জোড়ো যাত্ৰাত সমবেত হোৱা লোকসকলক দেখি বিজেপিয়ে ভয় খাইছে নেকি? নিবনুৱা আৰু মুদ্ৰাস্ফীতিৰ মোদীজীৰ ১০লাখ টকাৰ চ্যুটৰ .বিষয়েও আলোচনা কৰক।"উল্লেখ্য  "ভাৰত জোড়ো যাত্ৰা"ত ৰাহুল গান্ধীয়ে পিন্ধা  টি-চাৰ্টৰ মূল্য ৪১,০০০ টকাতকৈও অধিক।বিজেপিয়ে ৰাহুল গান্ধীৰ টি চাৰ্টকলৈ তথ্য সহকাৰে প্ৰমাণো দাখিল কৰিছেগেৰুৱা দলটোৱে নিজৰ টুইটাৰ হেণ্ডেলৰ পৰা আৰু দুখন ফটো পোষ্ট কৰিছে। 

বিজেপিয়ে অভিযোগ কৰা অনুসৰি দ্য ব্লুবেৰী টি-চাৰ্টৰ মূল্য প্ৰায়  ৪১,২৫৭  টকা।ইপিনে বিজেপিয়ে মূল কথাৰ পৰা আঁতৰি গৈ ৰাহুলৰ টি চাৰ্টত গুৰুত্ব দিয়াত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।এজন নেট ব্যৱহাৰকাৰীয়ে অভিযোগ কৰিছে  যে বিজেপিৰ এনে টুইটে দলটো যে কংগ্ৰেছৰ "ভাৰত জোড়ো যাত্ৰা"ক লৈ  "বিচলিত" হৈছে তাকেই সূচাইছে।আন এজনে উল্লেখ কৰিছে যে  ৰাহুল গান্ধীয়ে তেওঁৰ কাপোৰত  খৰচ কৰা ধন ৰাজহুৱা ধন নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক