--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছত বলিছে এতিয়া পদত্যাগৰ ধুমুহা৷ জ্যেষ্ঠনেতা গোলাম নবী আজাদৰ পাছত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ হিমাচল প্ৰদেশ সমিতিৰ পৰিচালনা সমিতিৰ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিছে৷ আনন্দ শৰ্মাই দলৰ পৰা পদত্যাগ কৰাৰ ফলত কংগ্ৰেছে আন এক বিপৰ্যয়ৰ যে সন্মুখীন হ’ব লাগিব, সেয়া নিশ্চিত৷

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী আনন্দ শৰ্মাই হিমাচল প্ৰদেশ কংগ্ৰেছৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছে। সূত্ৰসমূহে কৈছিল যে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীলৈ লিখা এখন পত্ৰত আনন্দ শৰ্মাই কৈছিল যে তেওঁৰ ‘আত্মসন্মান অমীমাংসিত’৷ কংগ্ৰেছৰ জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ একে ধৰণৰ পদক্ষেপৰ মাত্ৰ পাঁচ দিন পাছতেই আনন্দ শৰ্মাই এই পদক্ষেপ গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী