--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ নেইমাৰ পিতৃ হৈছে। প্ৰেয়সী মডেল ব্ৰুনা বিয়ানকাৰ্ডিৰ এটি কন্যাসন্তানৰ জন্ম হয়। অৱশ্যে কন্যা জন্মৰ দুমাহৰ ভিতৰতে ফুটবল তাৰকাগৰাকীয়ে প্ৰেমিকা ব্ৰুনাৰ সৈতে বিচ্ছেদ ঘটায়।

২৯ বছৰীয়া ব্ৰুনাই যোৱা বুধবাৰে ছ’চিয়েল মিডিয়াত এটা পোষ্টযোগে তেওঁলোকৰ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। তেওঁ বিচ্ছেদক ​​‘ব্যক্তিগত বিষয়’ বুলিও অভিহিত কৰে।

ব্ৰুনাই লিখিছে, “প্ৰতিদিনে আমি বাতৰিৰ শিৰোনামত আছো। আমাৰ সম্পৰ্কক লৈ বহু জল্পনা-কল্পনা আৰু ধেমালি চলি আছে। কিন্তু আমি আৰু সম্পৰ্কত নাই।''

তেওঁ আৰু কয়, “আমি আমাৰ ছোৱালী মাভিৰ পিতৃ-মাতৃ হ’ম। আৰু সেই সূত্ৰত আমাৰ সম্পৰ্ক থাকিব লাগিব। কিন্তু সেয়া প্ৰেম নহয়। আশা কৰোঁ আমি বেছিকৈ বাতৰিৰ শিৰোনামত নাথাকো। ধন্যবাদ।''

অৱশ্যে ফুচফুচনি শুনা যায় যে কেৱল ব্ৰুনাৰ বিচ্ছেদ হোৱাই নহয়, নেইমাৰৰ জীৱনলৈও আহিছে এক নতুন প্ৰেম। নেইমাৰৰ নতুন প্ৰেমিকা এলেন ফাৰিয়া। এগৰাকী অনলাইন মডেল। ইনষ্টাগ্ৰামত এলাইনৰ এক লাখৰো অধিক ফ’ল’ৱাৰ আছে। নিয়মিতভাৱে তেওঁ নিজৰ বিভিন্ন ছবি ছ’চিয়েল মিডিয়াত পোষ্ট কৰে।

এলেনে দাবী কৰে যে শেহতীয়াকৈ নেইমাৰে তেওঁক মেছেজ কৰিছিল। এলেনে লগতে দাবী কৰে যে নেইমাৰে তেওঁক দিয়া বাৰ্তাবোৰ ফ্লাৰ্টী শব্দৰে ভৰি আছিল।

বহুতে ভাবে যে এলেইনৰ বাবেই নেইমাৰ-ব্ৰুনাৰৰ জীৱনত সংঘাত আহিছে। নেইমাৰক সুখী কৰিবলৈ ব্ৰুনাই নেইমাৰৰ জীৱনৰ পৰা আঁতৰি গৈছে।

নেইমাৰ আৰু ব্ৰুনাৰে ​​বিচ্ছেদৰ কথা ঘোষণা কৰাৰ পিছত এলেনে ফুটবল তাৰকাগৰাকীৰ সৈতে বাৰ্তা বিনিময় কৰা ছবি প্ৰকাশ কৰে। সেই কথা-বতৰাৰ স্ক্ৰীণশ্বটও তেওঁ প্ৰকাশ কৰিছিল।

তাত দেখা যায়, এটা মেছেজত নেইমাৰে সুধিলে, "আপোনাৰ  কিবা নগ্ন ছবি আছে নেকি? ক'ত আছে? মই চাব বিচাৰো।'' ইয়াৰ পিছত এলেনে নেইমাৰলৈ লিংক প্ৰেৰণ কৰে। তেওঁ লগতে ক'লে, "ছৱিখনৰ বিষয়ে আপোনাৰ মতামত মই জানিব লাগিব।"

লিক হোৱা স্ক্ৰীণশ্বট অনুসৰি তাৰ পিছত নেইমাৰে কয় যে তেওঁ ছবিসমূহ দেখা পোৱা নাই! ইয়াৰ উত্তৰত ফাৰিয়াছে লিখিছে, "মোৰ নগ্নতা চাবলৈ চাইন ইন কৰিব লাগিব বেবী! তলত আৰু ছবি আছে। মই শুবলৈ ওলাইছো। আপুনি নিজৰ যত্ন লওক। শুভৰাত্রি।’’

অৱশ্যে টি এম জেডৰ ৱেবছাইট অনুসৰি নেইমাৰে এলেইনলৈ এই বাৰ্তা প্ৰেৰণ কৰা বুলি অস্বীকাৰ কৰিছে। তেওঁ কয় যে এই বাৰ্তাসমূহ তেওঁ ‘বহু বছৰ’ পূৰ্বে প্ৰেৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক