--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহক এক শান্তিপূৰ্ণ সুখী জীৱন-যাপনৰ নানান অমৃতবাণী উল্লেখ আছে  কোৰাণ আৰু হাদিছত । তেনে কেইটামান প্ৰেৰণাদায়ক বাণী ইয়াত উল্লেখ কৰা হ’ল-


 পাপৰ পৰা তেওঁলোকেই বাচিব পাৰে যিসকলে মুখত নহয়,  অন্তৰৰ পৰা আল্লাৰ শাস্তিলৈ ভয় কৰে। 

আল্লাৰ ভয়ত আপুনি যি ত্যাগ কৰিব  তাতকৈ আল্লাই নিশ্চিতভাৱে আপোনাক কিবা ভাল দিব। .... আল-হাদিছ

 আপোনাৰ কফিনৰ কাপোৰ বজাৰলৈ আহিছে , কিন্তু আপুনি সেই খবৰকলৈ চিন্তাই কৰা নাই।

আপুনি আল্লাৰ ওচৰত  ক্ষমা বিচাৰক। তেওঁ বহুত ক্ষমাশীল। 

জ্ঞানৰ সন্ধানত বাহিৰলৈ যোৱাজনে  আল্লাৰ পথত ওলাই যায়। তিৰ্মিজি 

কাৰো সৈতে বেয়া ব্যৱহাৰ নকৰিব।  কিয়নো আপুনি তেওঁৰ মৃত্যুৰ আগতে তেওঁৰ ওচৰত ক্ষমা বিচাৰিব নোৱাৰিবও পাৰে। 

আপোনাৰ দোষবোৰ মনত ৰখা আৰু গুণবোৰ পাহৰি যোৱা লোকসকলক এৰাই চলক।

প্ৰতিটো জন্তুৱে মৃত্যুৰ সোৱাদ ল'ব। মই তেওঁলোকক ভাল আৰু বেয়া পৰিস্থিতিৰ সৈতে পৰীক্ষা কৰোঁ। (ছুৰা  আম্বিয়া আয়াত: ৩৫) 

যিয়ে শুদ্ধ হ'ব বিচাৰে, ঈশ্বৰে তেওঁক শুদ্ধ কৰি ৰাখে। (চাহিহ বুখাৰী) 

 যেতিয়া বিপদ পাৰ হৈ যায়, মানুহ প্ৰফুল্ল আৰু অহংকাৰী হৈ পৰে।

মই মানুহক তেওঁলোকৰ পিতৃ-মাতৃৰ প্ৰতি সদয় হ'বলৈ আদেশ দিছো। আপোনাৰ পিতৃ-মাতৃৰ প্ৰতি কৃতজ্ঞ হওঁক। 
(ছুৰা লোকমান ১৪)










FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
কাকপথৰাত চুৰি কাঁহী-বাতি বিক্ৰী কৰি ধৰা পৰিল দুই চোৰ; ব্যৱসায়ীৰ সন্ধানত আৰক্ষী
বিয়াৰ এমাহ নহওতেই কৰুণ পৰিণতি! ১৬ মহলাৰ পৰা জঁপিয়াই চৰম সিদ্ধান্ত নৱবিবাহিতাৰ
বজাৰৰ ফেচ স্ক্ৰাব নহয়, ঘৰতেই তৈয়াৰ কৰি লওক প্ৰাকৃতিক ফেচ স্ক্ৰাব
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ