--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পাকিস্তানৰ বিৰুদ্ধে স্মৰণীয় প্ৰদৰ্শনেৰে পুনৰ আইচিচিৰ ৰেংকিঙৰ শীৰ্ষ দহত প্ৰৱেশ কৰিলে বিৰাট কোহলীয়ে। শেহতীয়াকৈ আইচিচিয়ে প্ৰকাশ কৰা টি২০ বেটিং ৰেংকিঙত কোহলীয়ে নৱম স্থান লাভ কৰিছে।

বৰ্তমান কোহলীয়ে ৬৩৫ ৰেটিং পইণ্ট লাভ কৰিছে। ৰেংকিঙৰ প্ৰথম স্থানত আছে পাকিস্তানৰ উইকেটকীপাৰ-বেটাৰ মহম্মদ ৰিঝৱান। তেওঁৰ পাছতে ডেভন কনৱে’ আৰু সূৰ্যকুমাৰ যাদৱ।  পাকিস্তানৰ অধিনায়ক বাবৰ আজম আছে চতুৰ্থ স্থানত।

টি২০ ৰেংকিঙৰ বেটিং শিতানত ভাৰতৰ দুজনকৈ বেটাৰ থকাৰ বিপৰীতে বলিং তালিকাত এজনো ভাৰতীয় বলাৰ নাই। শীৰ্ষস্থানত আছে আফগানিস্তানৰ ৰছিদ খান।

অলৰাউণ্ডাৰৰ তালিকাত বাংলাদেশৰ ছাকিব উল হাছানে প্ৰথম স্থানত থকাৰ লগতে ভাৰতৰ হাৰ্দিক পাণ্ডিয়াই দখল কৰিছে তৃতীয় স্থান।

আনহাতে, আইচিচিৰ এদিনীয়া ৰেংকিঙত কোহলীয়ে সপ্তম স্থান অধিকাৰ কৰিছে। কোহলীৰ বাদে আন কোনো ভাৰতীয় বেটাৰ এদিনীয়া ৰেংকিঙত নাই।

উল্লেখ্য যে আইচিচিৰ ৰেংকিঙত বহু দিনৰ পাছত এইদৰে কোহলীয়ে শীৰ্ষ দহত স্থান লাভ কৰিছে। ফৰ্মহীনতাত ভোগাৰ পাছত এচিয়া কাপত দমনীয় প্ৰদৰ্শন আগবঢ়াবলৈ সক্ষম হয়।

চলিত বৰ্ষত কোহলী দূৰ্দান্ত ফৰ্মত আছে। ১৫ খন টি-২০ মেচত কোহলীয়ে গড়ে ৫১.৫৪ সহ ৫৬১ ৰাণ সংগ্ৰহ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক