--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ দূৰ্দান্ত ফৰ্ম ঘূৰাই পোৱা বিৰাট কোহলীয়ে অৱসৰ লোৱাটো বিচাৰে ছোৱেইব আখটাৰে। এসময়ত বাঘা  বাঘা বেটছমেনৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰা পাকিস্তানৰ ফাষ্ট বলাৰগৰাকীয়ে কোহলীক এক বিশেষ উপদেশ দিছে।

“মই তেওঁক টি২০ ক্ৰিকেটৰ পৰা অৱসৰ লোৱাটো বিচাৰো। ইয়াৰ কাৰণ হৈছে তেওঁৰ সমস্ত শক্তি টি২০ ক্ৰিকেটত প্ৰয়োগ কৰাটো মই নিবিচাৰো।”- নিজৰ ইউটিউব চেনেলৰ যোগেৰে আখটাৰে কয়।

আখটাৰে কয় যে শেহতীয়া পাকিস্তানৰ বিৰুদ্ধে কোহলীয়ে যি প্ৰদৰ্শন আগবঢ়ালে, এনে প্ৰদৰ্শন কৰিলে এদিনীয়া ক্ৰিকেটত তিনিটাকৈ শতক অৰ্জন কৰিব পাৰিব।

“মোৰ মতে, পাকিস্তানৰ বিৰুদ্ধে তেওঁ জীৱনৰ আটাইতকৈ শ্ৰেষ্ঠ ইনিংছটো খেলিলে।”- আখটাৰে কয়- “তেওঁ এইদৰে খেলাৰ মূল কাৰণ হৈছে তেওঁৰ আত্মবিশ্বাস”।

লগতে ফৰ্মহীন অৱস্থাত কোহলীক বিভিন্নজনে কৰা সমালোচনাসমূহৰ বিষয়েও আখটাৰে সোঁৱৰে। আখটাৰে কয় যে কোহলীৰ উপৰিও তেওঁৰ পৰিয়ালৰ ওপৰতো বিভিন্নজনে কটু মন্তব্য কৰি আহিছি।

 “কিন্তু কিং কোহলী পুনৰ ঘূৰি আহিছে আৰু মই তেওঁৰ বাবে বহুত সুখী। তেওঁ এজন শ্ৰেষ্ঠ ক্ৰিকেটাৰ।”- আখটাৰে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক