--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে আটাইতকৈ কোনখন দেশৰ নাগৰিকে বেছি মদ্যপান কৰে? মদ্যপানৰ ক্ষেত্ৰত পৃথিৱীৰ কোনখন দেশ আগবাঢ়ি আছে জানেনে? ভাৰত এই তালিকাৰ কোন স্থানত আছে?

worldranking.com ৱেবছাইটত দিয়া তথ্য অনুসৰি তালিকাখনৰ প্ৰথম স্থানত থকা দেশখনৰ নাম হৈছে ছিচেলছ। পূব আফ্ৰিকাৰ এই দেশখনত প্ৰতিজন ব্যক্তিয়ে বছৰি সেৱন কৰা মদ্যপানৰ পৰিমাণ ২০.৫ লিটাৰ।

আফ্ৰিকাৰে আন এখন দেশ উগাণ্ডা দ্বিতীয় স্থানত আছে। সেই দেশত বাৰ্ষিক  প্ৰতিজন আনুহে ১৫.৯ লিটাৰকৈ মদ পান কৰে

তৃতীয় স্থানত আছে চেক গণৰাজ্য। এই দেশত বছৰি প্ৰতিজন মানুহে ১৪.৪৫ লিটাৰ সুৰা সেৱন কৰে।

লিথুৱেনিয়া চাৰি নম্বৰত আছে। লিথুৱেনিয়াত বাৰ্ষিক প্ৰতিজন মানুহে গড় হিচাপত ১৩.২২ লিটাৰ মদ সেৱন কৰে।

পঞ্চম স্থানত আছে লাক্সেমবাৰ্গ। সেই দেশত প্ৰতিজন ব্যক্তিয়ে বছৰি ১২.৯৪ লিটাৰ সুৰা কৰে।

তালিকাখনত ভাৰতৰ স্থান ১০৩। জনমূৰি হিচাপত ভাৰতত প্ৰতিজন মানুহে বছৰি ৫.৫৪ লিটাৰকৈ মদ পান কৰে।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস