--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৰালা উচ্চ ন্যায়ালয়ে সোমবাৰে কয় যে কোনো গোচৰৰ সৈতে জড়িত সাংবাদিকৰ ফোন আইনে নিৰ্ধাৰণ কৰা পদ্ধতি অনুসৰণ নকৰাকৈ আৰক্ষীয়ে জব্দ কৰিব নোৱাৰে।

ন্যায়াধীশ পি ভি কুঁহিকৃষ্ণনে কয় যে সাংবাদিকসকল “চতুৰ্থ স্তম্ভৰ অংশ” আৰু কোনো গোচৰৰ সৈতে জড়িত থাকিলে তেওঁলোকৰ মোবাইল ফোনটো জব্দ কৰাৰ পূৰ্বে ফৌজদাৰী প্ৰক্ৰিয়া আইন (চি আৰ পি চি)ৰ বিধানসমূহ মানি চলিব লাগিব।

এখন মালয়ালম দৈনিক কাকতৰ সাংবাদিক জি বিষাকনক এটা গোচৰত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে আদালতৰ এই নিৰ্দেশ আহিছে। গোচৰত জড়িত সাংবাদিকসকলৰ মোবাইল ফোন জব্দ কৰাৰ অভিযোগো উত্থাপন হৈছে।

ন্যায়াধীশে কয়- "যদি কোনো অপৰাধমূলক গোচৰৰ সৈতে জড়িত মোবাইল ফোনটোৰ প্ৰয়োজন হয়, তেন্তে সেই সামগ্ৰীসমূহ জব্দ কৰাৰ পূৰ্বে মানি চলিবলগীয়া পদ্ধতি আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ