--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বৰ্তমান পৃথিৱীত ৰবটবোৰ হয়তো মানুহতকৈ অধিক দক্ষ হৈ পৰিছে । বিজ্ঞানীসকলে দীৰ্ঘদিন ধৰি ৰবটৰ সৈতে বিভিন্ন পৰীক্ষা-সম্পৰীক্ষা চলাই আছে। মহাকাশযান চলোৱাৰ পৰা দৈনন্দিন জীৱনৰ বিভিন্ন কাৰ্যকলাপ কৰালৈকে, সকলোতে ৰবটৰ ব্যৱহাৰ সম্ভৱ হৈ উঠিছে।ৰবটৰ এনেবোৰ গুণৰ বাবেই পুঁজিপতি মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে পৃথিৱীৰ আটাইতকৈ মূল্যৱান ৰবট৷  

মুকেশ আম্বানী পৃথিৱীৰ অন্যতম ধনী ব্যক্তি। সেয়েহে পৰিয়ালৰ যিকোনো চখ পূৰণ কৰাটো তেওঁৰ বাওঁহাতৰ খেল। মুকেশ আম্বানীয়ে বহুত টকা খৰচ কৰি তেওঁৰ পত্নীক উপহাৰ দিছিল  পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল ৰবটটো । এই খবৰটো সমগ্ৰ দেশতে চৰ্চিত হৈ আছে। ৰবটটোৰ মূল্য আৰু ইয়াৰ কাৰ্যক্ষমতা জানিও আপুনিও হয়তো আচৰিত হ’ব

এই ৰবটটোৰ বিশেষত্ব হ'ল ই গৰাকীৰ ইচ্ছা অনুসৰি  সকলো কাৰ্যকলাপ কৰিব পাৰে। অৰ্থাৎ, নীতা আম্বানীয়ে যেতিয়াই বিচাৰে ৰবটটো ব্যৱহাৰ কৰিব পাৰিব৷ 

এনে এটা ৰবটৰ মূল্য ৩ বিলিয়নতকৈও অধিক। কোটি কোটি টকাৰ গৰাকী হ’লেহে এনে ৰবট ক্ৰয় কৰিব পাৰি। এই বিশেষ ৰবটটোৰ  মূল্য ৩,৬৯৭,৬৬৪,৬০০.০০ টকাৰ পৰা ৯,৪১২,৪৩৬,৬০০.০০ টকা হ'ব পাৰে। এক কথাত  নীতা আম্বানীৰ এই চখৰ মূল্য সাধাৰণ মানুহৰ কল্পনাৰো বাহিৰত। এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে যে, নীতা আম্বানীয়ে কি উদ্দেশ্যৰ বাবে ইমান ব্যয়বহুল ৰবট ক্ৰয় কৰিলে?

শুনা গৈছে যে নীতা আম্বানীয়ে ঘৰুৱা কামৰ বাবেই ৰবটটো ক্ৰয় কৰিছে। আনহাতে , আম্বানী পৰিয়ালত সেৱকৰ কোনো অভাৱ নাই। শুনা গৈছে যে আম্বানী হাউচ 'এণ্টিলিয়া'ত সেৱকৰ সংখ্যা এক হাজাৰতকৈও অধিক। তথাপিও, নীতা আম্বানীয়ে তেওঁৰ  ঘৰুৱা  কাম সম্পন্ন কৰিবলৈ ইমান ব্যয়বহুল 
ৰবট ক্ৰয় কৰাটো আশ্চৰ্যকৰ৷ 

মুকেশ আম্বানীয়ে প্ৰতি ছেকেণ্ডত কোটি টকা উপাৰ্জন কৰে। তেন্তে তেওঁৰ পত্নী আৰু পৰিয়ালে এটা ৰাজকীয় জীৱন যাপন কৰাটো এক স্বাভাৱিক কথা৷ নীতা আম্বানীয়ে ৰাতিপুৱাৰ চাহ খোৱা কাপটোৰেই  মূল্য ৩ লাখ টকা! তেওঁ প্ৰতিদিনে খোৱা পানী এটা বিদেশী পানীৰ ব্ৰেণ্ডৰ পৰাও আহে, যি টো পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পানীৰ ব্ৰেণ্ড বুলি জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান