--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ প্ৰতিবাদত কঁপি উঠিল ইজৰাইল। প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ বিৰুদ্ধে সমগ্ৰ ইজৰাইলতে প্ৰতিবাদ আৰম্ভ হৈছে। প্ৰতিবাদ ২০ সপ্তাহ পাৰ হৈছে। কিন্তু তথাপিও আন্দোলনটো শান্ত হোৱা নাই, বৰঞ্চ দিনক দিনে বৃদ্ধিহে পাইছে। শনিবাৰেও সমগ্ৰ দেশতে লাখ লাখ লোক ৰাজপথলৈ ওলাই অহা দেখা গৈছে।

অভিযোগ অনুসৰি দেশৰ আইনী ব্যৱস্থা সংস্কাৰৰ নামত উচ্চতম ন্যায়ালয়ৰ ক্ষমতাক ইমানেই ভেঙুচালি কৰা হৈছে যে ইজৰাইলৰ গণতন্ত্ৰ ধ্বংসৰ পথত। যোৱা জানুৱাৰী মাহৰ পৰা টেল আভিভৰ ৰাজপথত হাজাৰ হাজাৰ লোকে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছে। এইবাৰ তীব্ৰতৰ হৈ পৰিছে প্ৰতিবাদ। তাৰেই প্ৰতিফলনৰ ছবিখন শনিবাৰে দেখা গৈছে।

শনিবাৰে নীলা-বগা পতাকাৰে নেদেখা হৈ পৰিল ইজৰাইলৰ বহু পথ। এই পতাকা এই মুহূৰ্তত প্ৰতিবাদৰ প্ৰতীক। প্ৰতিবাদকাৰীসকলে ‘ইজৰাইলত একনায়কত্ববাদ চলি আছে’ বুলি ধ্বনি দিয়া দেখা গৈছে।

প্ৰতিবাদকাৰীসকলে কয়- “আৰু কেইঘণ্টামানৰ ভিতৰতে যিকোনো মুহূৰ্ততে এই দেশখন গণতন্ত্ৰৰ পৰা সম্পূৰ্ণ একনায়কত্ববাদলৈ গতি কৰিব। দেশৰ নাগৰিক সেয়ে শংকিত হৈ পৰিছে।’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস