--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণাক্ষী সিনহা আৰু জাহিৰ ইকবাল ২৩ জুনত বিবাহপাশত আবদ্ধ হয়। পঞ্জীয়নভুক্ত বিবাহৰ পিছত তেওঁলোকে এক গ্ৰেণ্ড ৰিচেপচন আয়োজন কৰে। য'ত পৰিয়াল, বন্ধু-বান্ধৱী আৰু বহু বলীউডৰ তাৰকাই অংশগ্ৰহণ কৰিছিল। সোনাক্ষী আৰু জাহিৰৰ বিবাহ সন্দৰ্ভত বহু খবৰ ওলাইছিল। এই বিবাহত সিনহা পৰিয়াল সুখী নাছিল। 

সোণাক্ষীৰ যমজ ককায়েক লৱ আৰু কুশৰ সোণাক্ষীৰ ওপৰত খং উঠিছিল। কিন্তু গোটেই পৰিয়ালটো বিয়াত উপস্থিত থাকিল। সোনাক্ষীৰ দুয়োজন ভাতৃ লৱ আৰু কুশ বিয়াত উপস্থিত আছিল যদিও দুয়ো কোনো এটা অনুষ্ঠানতে ভাগ নল’লে। যাৰ বাবে অনুৰাগীসকলে অনুভৱ কৰিছে যে দুয়োজন ভাতৃয়ে এতিয়াও তেওঁৰ ওপৰত খং কৰি আছে।

পঞ্জীয়নভুক্ত বিবাহত সোণাক্ষীয়ে পিন্ধিছিল মাকৰ হাতীদাঁতৰ ৰঙৰ শাৰী। ইয়াৰ লগতে মাকৰ গহনাও পিন্ধিছিল। য'ত তেওঁক বৰ ধুনীয়া দেখা গৈছিল। আইনী বিবাহৰ সময়ত লৱ আৰু কুশ নিৰুদ্দেশ হৈ থাকিল।

কইনা ওলাই অহাৰ সময়ত ফুলৰ বিচনা এখন কইনাৰ মূৰৰ ওপত ডাঙি অনা হয়। সাধাৰণতে এই কাম কইনাৰ ককায়েক-ভায়েকে কৰে। কিন্তু এই সময়ছোৱাত সোণাক্ষীৰ দুয়োজন ভাতৃক দেখা পোৱা নগ’ল। অভিনেতা ছাকিব ছালিমক এই কাম কৰা দেখা গ’ল। সোনাক্ষীৰ বাবে সাকিব ভাইৰ দৰে। এই সময়ছোৱাত সোণাক্ষীকো আৱেগিক হৈ পৰা দেখা গৈছিল।


সোনাক্ষীৰ দুই ভাতৃ লৱ আৰু কুশ তেওঁৰ বিয়াৰ পূৰ্বৰ ৰীতি-নীতিত উপস্থিত নাথাকিলেও বিয়াত উপস্থিত থাকে। বিয়াত উপস্থিত হোৱা দুয়োজন ভাতৃৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ