--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যেন কুবেৰৰ ধন। এসাজ খাই এসাজ লঘোণ দিয়া বহু লোকেৰে ভৰি থকা আমাৰ এই ভাৰততে এজন কংগ্ৰেছ নেতাৰ ঘৰত ওলাইছে কেৱল টকা আৰু টকা।  

 শনিবাৰে আয়কৰ বিভাগে  ওড়িশাৰ কংগ্ৰেছ নেতা তথা ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ বাসগৃহ তথা সুৰা কাৰখানাৰ এজন শীৰ্ষ বিষয়া বাণ্টি চাহুৰ বাসগৃহত অভিযান চলায়। এতিয়ালৈকে উদ্ধাৰ হোৱা ধনৰ পৰিমাণ হৈছে প্ৰায় ২৯০ কোটি টকা । আয়কৰ অভিযানৰ সময়ত এয়াই  ভাৰতৰ আটাইতকৈ ডাঙৰ নগদ ধন জব্দৰ ঘটনা  বুলি ধাৰণা কৰা হৈছে।

(প্ৰিয় পাঠক, এয়া এক ব্ৰেকিং নিউজহে। আমি পৰৱৰ্তী সময়ত আপোনাক ঘটনাৰ সবিশেষ তথ্য সংগ্ৰহ কৰি জনাই থাকিম। মাত্ৰ চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত)

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক