--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ২১ বছৰীয়া মহিলাই একেলগে জন্ম দিলে চাৰিটা সন্তান। ওড়িশাৰ সম্বলপুৰ জিলাৰ চৰকাৰী বীৰ সুৰেন্দ্ৰ সাই ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স এণ্ড ৰিচাৰ্চত মহিলাগৰাকীয়ে সন্তান চাৰিটি প্ৰসৱ কৰে। চিকিৎসালয়খনত এই ঘটনা এয়াই প্ৰথম বুলি সদৰী কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই।  

মহিলা গৰাকী সোণেপুৰ জিলাৰ বাঞ্জিপালী গাঁৱৰ কুনি সুনা বুলি জানিব পৰা গৈছে। প্ৰসৱৰ বিষ হ’বলৈ আৰম্ভ কৰাৰ পিছত সোমবাৰে ভিমছাৰৰ প্ৰসূতি আৰু স্ত্ৰীৰোগ বিভাগত ভৰ্তি কৰোৱা হয় মহিলাগৰাকীক।

মাতৃ আৰু কেঁচুৱাকেইটাৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে। নৱজাতককেইটাৰ ভিতৰত তিনিজনী ছোৱালী আৰু এজন ল’ৰা।

চিকিৎসালয় কৰ্তৃপক্ষৰ মতে, কুনিয়ে বিয়লি প্ৰায় ২ বজাত দুগৰাকী কন্যা সন্তান, বিয়লি ২.০২ বজাত আন এগৰাকী ছোৱালী আৰু ২.০৪ বজাত ল’ৰাটো জন্ম দিয়ে। জন্মৰ পিছত নৱজাতককেইটাৰ ওজন কম হোৱাৰ বাবে বিশেষ নৱজাতক কেয়াৰ ইউনিটত ৰখা হৈছিল।

উল্লেখযোগ্য যে চাৰিটা সন্তান একেলগে স্বাভাৱিকভাৱে জন্ম দিয়া ঘটনা অত্যন্ত বিৰল। তদুপৰি এনেদৰে প্ৰসৱ কৰাটো সাধাৰণতে অত্যন্ত জটিল হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ