--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে এতিয়া বান্দৰে খেতি পথাৰৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে। উত্তৰ প্ৰদেশতো তাৰ ব্যতিক্ৰম ঘটা নাই। ৰাজ্য খনৰ কুঁহিয়াৰ পথাৰ বোৰত এতিয়া বান্দৰে তাণ্ডৱ চলাইছে।   বান্দৰৰ  পৰা শস্য ৰক্ষা কৰিবলৈ এতিয়া  উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত কুঁহিয়াৰ খেতিয়কসকলেও এটা উপায় বিচাৰি উলিয়াইছে।

লখিমপুৰ খেৰীৰ জাহাননগৰৰ কুঁহিয়াৰ খেতিয়কসকল বান্দৰৰ  উৎপাত বন্ধ কৰিবলৈ পথাৰত মেলি দিছে ভালুক। অৱশ্যে এই ভালুক সঁচা ভালুক নহয়। ।  ভালুকৰ পোছাক পিন্ধা কৃষকে  কুঁহিয়াৰ পথাৰৰ মাজত বহি থাকে। বান্দৰে খেতিপথাৰত সঁচাকৈয়ে ভালুক থকা বুলি ভাবি খেতিপথাৰৰ কাষলৈও নহা হৈছে। মানুহে ভালুক সাজি বহি থকা  ছবিবোৰ সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে।

এজন স্থানীয় কৃষকে কয়  যে প্ৰতিদিনে প্ৰায় ৪০  ৰ পৰা ৪৫ টা বান্দৰে  পথাৰত প্ৰৱেশ কৰি ক্ষতিসাধন কৰি আহিছে। প্ৰশাসনক এই বিষয়ে অৱগত কৰা হৈছে যদিও  খেতিয়কে কোনো সহায় পোৱা নাই। অৱশেষত কৃ।কসকলে শস্য ৰক্ষা কৰিবলৈ কেইজনমানে মিলি  কৃষকে ৪,০০০  টকাৰে ভালুকৰ সাজ   ক্ৰয় কৰিছে।  লখিমপুৰ খেৰীৰ বিভাগীয় বন বিষয়া সঞ্জয় বিশ্বাসে কয়, "কৃষকসকলক আশ্বাস দিয়া হৈছে যে প্ৰশাসনে বান্দৰৰ আক্ৰমণৰ পৰা তেওঁলোকৰ শস্য ৰক্ষা কৰিবলৈ সকলো ধৰণৰ সহায় আগবঢ়াব। "







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস