--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল চলি থকা হেতুকে দেশৰ ভিন্ন প্ৰান্তত কুঁৱলীৰ প্ৰভাৱ বৃদ্ধি পাইছে।

শীতকালত বিভিন্ন ৰাজ্যত কুঁৱলীৰ প্ৰাধান্য বৃদ্ধি পাইছে। কুঁৱলীৰ ফলত যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হৈছে।

এইবাৰ কুঁৱলীৰ বাবেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ দিল্লী আৰক্ষীৰ দুগৰাকী আৰক্ষী পৰিদৰ্শকে মৃত্যুক সাবটি ললে।

এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ সোণেপাট জিলাত। সোণিপাট জিলাৰ কুণ্ডলী সীমান্তৰ সমীপত ট্ৰাকৰ সৈতে গাড়ীৰ সংঘৰ্ষ হয়।

সোমবাৰে নিশা প্ৰায় ১১:৩০ মানত সংঘটিত হয় এই দুৰ্ঘটনা। থিতাতে নিহত হোৱা পৰিদৰ্শক দুজনৰ নাম দীনেশ বেনিৱাল আৰু ৰণবীৰ চাহাল বুলি জানিব পৰা গৈছে।


আৰক্ষীৰ সূত্ৰ অনুসৰি দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক