--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : চীনত পুনৰ বৃদ্ধি পাইছে ক'ভিডৰ প্ৰকোপ৷ বিগত কেইদিনমানত চীনত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধিলৈ লক্ষ্য কৰি নিৰ্মাণ কৰিছে চিকিৎসালয় ৷ চীনত দেওবাৰে ৩,৩৯৩ টা নতুন ক'ভিড-১৯ ৰোগী ধৰা পৰাৰ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে৷ দেশখনে দুবছৰত ক'ভিডৰ প্ৰাদুৰ্ভাৱৰ সন্মুখীন হোৱাৰ পাছত এই সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে৷ চীন কৰ্তৃপক্ষই জিলিন চহৰত এখন অস্থায়ী চিকিৎসালয় নিৰ্মাণৰ কাম চলাই আছে। ছিনহুয়াৰ বাতৰি অনুসৰি, ৬,০০০ বিচনাৰে এই চিকিৎসালয়খন ছদিনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। দেশখনৰ উত্তৰ-পূবৰ জিলিন প্ৰদেশত সোমবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে ১,০০০ তকৈও অধিক নতুন ক'ভিড ৰোগী চিনাক্ত কৰা হৈছে। দেশজুৰি ক'ভিড ৰোগী বৃদ্ধিৰ ফলত কৰ্তৃপক্ষই ছাংহাইৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰিছে আৰু উত্তৰ-পূবৰ কেইবাখনো চহৰ বন্ধ কৰি দিছে৷ কিয়নো প্ৰায় ১৯ খন প্ৰদেশই অ'মিক্ৰন আৰু ডেল্টা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে। ৰাজ্যিক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জিলিন চহৰখন আংশিকভাৱে বন্ধ কৰি দিয়া হৈছে৷ চৰকাৰী ঘোষণা অনুসৰি জিলিন প্ৰদেশৰ সৰু চহৰ চিপিং আৰু ডুনহুয়া বৃহস্পতিবাৰে আৰু শুক্ৰবাৰে বন্ধ ঘোষণা কৰা হৈছিল। bfc banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক