--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কপালত ফোঁট লোৱাক লৈ তোলপাৰ বাংলাদেশ। অভিযুক্ত আৰক্ষী কৰ্মীৰ আচৰণক তীব্ৰ গৰিহণা দিয়া হৈছে সৰ্বত্ৰে। সন্ধান অব্যাহত আছে অভিযুক্তৰ। ইয়াৰ মাজতে, ছ’চিয়েল মিডিয়াত সৰব তছলিমা নাছৰিন।

দেওবাৰে, তছলিমা নাছৰিনে শাড়ী আৰু ফোঁট পিন্ধা কেইবাখনো ফটো ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছিল। তেওঁ এই পোষ্টটোৰ জৰিয়তেই সমাজৰ এটা অংশক তীক্ষ্ণ ভাষাৰে আক্ৰমণ কৰে। বিশিষ্ট লেখিকাগৰাকীয়ে লিখিছে, ‘ফোঁট ফোঁট ফোঁট। ছোৱালীবোৰে নিজকে কেনেধৰণে সজাই তুলিব পাৰে? বেচেৰা ল’ৰাবোৰৰ পোছাক পিন্ধিবলৈ বেছি নাই। বিভিন্ন ধৰণৰ অলংকাৰ, শাড়ী, মিনিস্কাৰ্ট, হাইহীল, আনকি ফোঁট এটাও ল’ব নোৱাৰে। মুছলমান পুৰুষসকলেতো কল্পনাৰ দেৱতাৰ বাবে কল্পনাৰ স্বৰ্গৰ লোভত মূৰত আঘাত কৰি তেওঁলোকৰ কপালত এটা ক’লা চিহ্ন প্ৰস্তুত কৰি লৈছে। এয়াই তেওঁলোকৰ ক’লা ফোঁট।’

মন কৰিব লগীয়া যে, বাংলাদেশৰ এগৰাকী শিক্ষ‌য়িত্ৰীয়ে কপালত ফোঁট লৈছিল। ফোঁট পিন্ধাৰ অপৰাধতে এগৰাকী আৰক্ষীয়ে মটৰ চাইকেলত পিষ্ট কৰাৰ অভিযোগ উত্থাপিত হৈছিল। বাংলাদেশৰ ৰাজধানী ঢাকাৰ ফাৰ্মগেটৰ চেজান পইণ্ট ভৱনৰ সন্মুখত সংঘটিত হৈছিল। তাকে লৈ এতিয়া তোলপাৰ বাংলাদেশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ