--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লাডাখত এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে । এই দুৰ্ঘটনাত ৯ জন ভাৰতীয়  সেনা জোৱান নিহত হৈছে । দুৰ্ঘটনাটোত আন এজন লোক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হৈছে। তেওঁক  সেনা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰাৰম্ভিক বাতৰি অনুসৰি সেনাৰ এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এটা পাহাৰীয়া ৰাস্তাৰ পৰা  গভীৰ খাদত পিছলি পৰে।  ট্ৰাকখনত এজন বিষয়াসহ মুঠ ১০ জন সেনা  আছিল। বিষয়াজনসহ নজন জোৱান ঘটনাস্থলীতে  নিহত হয়। 

সেনাৰ সূত্ৰই প্ৰকাশ কৰা মতে  দুৰ্ঘটনাটো লেহৰ পৰা ১৫০ কিলোমিটাৰ দূৰৰ কিয়াৰী নামৰ ঠাই খনত  সংঘটিত হৈছে। ।  শনিবাৰে সন্ধিয়া ৫.৪৫ বজাৰ পৰা সন্ধিয়া ৬ বজাৰ ভিতৰত দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্ত হোৱা ট্ৰাকখন সেনাৰ কনভয়ৰ অংশ আছিল। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে সেনাৰ  বিষয়াসকল ঘটনাস্থলীত উপস্থিত হৈছে । দুৰ্ঘটনাটোত নিহতসকলৰ নাম এতিয়াও জানিব পৰা হোৱা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস