--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ পেছাদাৰী প্লেটফৰ্ম এপ্লিকেচন লিংকডইনত প্ৰকাশ পাইছে ২৫টা কোম্পানীৰ তালিকা। য’ত কোম্পানীসমূহৰ শ্ৰেষ্ঠ কৰ্মস্থলীৰ বাবে কোম্পানীসমূহক মনোনীত কৰা হৈছে। এই তালিকাত টাটা কনচালটেঞ্চি চাৰ্ভিচেছ (টিচিএছ)ক লিংকডইনৰ দ্বাৰা প্ৰথম স্থান দিয়া হৈছে। একে সময়তে আমাজনৰ কৰ্মক্ষেত্ৰই দ্বিতীয় স্থান আৰু লিংকডইনৰ দ্বাৰা মৰ্গান ষ্টেনলীক তৃতীয় স্থান প্ৰদান কৰা হৈছে৷

লিংকডইনৰ দ্বাৰা প্ৰকাশিত তালিকাত কাম কৰাৰ পদ্ধতিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া হৈছে। ইয়াত শ্ৰেষ্ঠ কৰ্মস্থলীৰ বাবে আঠটা দিশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ ভিতৰত কোম্পানী আত্মীয়তা, দক্ষতা বৃদ্ধি, কোম্পানী স্থিৰতা, বাহ্যিক সুযোগ, লিংগ বৈচিত্ৰ্য, শৈক্ষিক অৰ্হতা আৰু কোম্পানী কৰ্মচাৰীৰ উপস্থিতি আদি দিশ অন্তৰ্ভুক্ত হৈ আছে৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব