--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

২০২০ চনৰ কোভিড লকডাউনৰ  সংকটৰ সময়ত  শ্ৰমিকসকলক বিমানৰ জৰিয়তে  ঘৰলৈ পঠোৱা এজন কাঠফুলা খেতিয়কক বুধবাৰে দিল্লীৰ এটা মন্দিৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়। 

দুৰ্ভগীয়া শ্ৰমিক সকলক সহায় কৰা এই ব্যক্তিজনৰ নাম  পাপ্পন সিং গেহলট৷ দেশজুৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা এই ব্যক্তিজনে  তেওঁৰ কৰ্মচাৰীসকলক  ঘৰলৈ উভতি যাবলৈ বিমানৰ টিকট কিনি দিছিল৷ সেই সময়ত কোভিড সৃষ্ট  লকডাউনৰ দ্বাৰা  হাজাৰ হাজাৰ শ্ৰমিককে  তেওঁলোকৰ গাওঁত উপস্থিত হ'বলৈ সংগ্ৰাম কৰিছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, কৃষকজনক ৰাষ্ট্ৰীয় ৰাজধানীৰ আলিপুৰ অঞ্চলত তেওঁৰ ঘৰৰ সন্মুখত থকা এটা মন্দিৰৰ চিলিং ফেনত ওলমি থকা অৱস্থাত পোৱা গৈছিল। আৰক্ষীয়ে এটা চুইচাইড নোটও উদ্ধাৰ কৰিছিল য'ত শ্ৰীযুত গেহলটে তেওঁৰ আত্মহত্যাৰ কাৰণ হিচাপে 'অসুস্থতা' উল্লেখ কৰিছিল।

 গেহলটে লকডাউন সমাপ্ত হোৱাৰ পিছত তেওঁৰ কৰ্মচাৰীসকলক  আকৌ এবাৰ বিমানৰ টিকট ক্ৰয় কৰি দি পুনৰ কৰ্ম ক্ষেত্ৰলৈ ওভতি অহাৰ সুযোগ দিছিল।

 ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে  গেহলটৰ মৃতদেহ লৈ গৈছে৷ তদুপৰি  ঘটনা সন্দৰ্ভত পৰৱৰ্তী অনুসন্ধান চলি আছে বুলি জানিব পৰা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ