--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন বছৰৰ সন্ধিক্ষণতে সৌৰভ গাংগুলীৰ পৰিয়াললৈ সুখবৰ। সৌৰভ-কন্যা সানাই লণ্ডনত চাকৰি পালে।  সৌৰভে নিজেই কৈছে জীয়েকৰ চাকৰিৰ কথা। ছানাই ইমান দিন লণ্ডনত ইন্টাৰ্ণ হিচাপে কাম কৰিছিল। এইবাৰ তেওঁ এটা স্থায়ী চাকৰি পালে।

ছানাৰ শিক্ষাও ইংলেণ্ডত। ইউ চি এলৰ পৰা অৰ্থনীতি বিষয়ত ডিগ্ৰী লাভ কৰে। সৌৰভ আৰু ডোনা গংগোপাধ্যায় সেই বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ লণ্ডনলৈ গৈছিল। তাৰ পৰা উভতি আহি সৌৰভে জীয়েকৰ চাকৰিৰ কথা অৱগত কৰিলে।

কন্যাৰ সফলতাক লৈ সৌৰভ স্বাভাৱিকতে গৌৰৱ কৰে। একে সময়তে তেওঁ অলপ আৱেগিক হৈ পৰিছে। ‘দাদা’ই বিশ্বাস কৰিব পৰা নাই যে তেওঁৰ কণমানি ছোৱালীজনীয়ে এইবাৰ ডাঙৰ হৈ কাম কৰিব।

লণ্ডনত পঢ়াৰ উপৰিও ছানাই এটা কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতিষ্ঠানত ইন্টাৰ্ণ হিচাপে কাম কৰিছিল। এইবাৰ ছানাই কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী ‘InoverV’ত চাকৰি পালে। সৌৰভ-কন্যাই কয় যে ইন্টাৰ্ণ হিচাপে কাম কৰি থকাৰ সময়তে ‘ইনোভাৰভি’ৰ কাৰ্যবাহীসকলৰ সৈতে কথা-বতৰা হৈছিল। ইমান ডাঙৰ কোম্পানী এটাত কাম কৰাৰ সুযোগ পাই তেওঁ বৰ আনন্দিত।

কৃত্ৰিম বুদ্ধিমত্তা কোম্পানী ‘InoverV’ য়েও সানাক পাই সুখী। তেওঁলোকে এক বিবৃতিযোগে কয় যে ছানাৰ দৰে প্ৰতিভাই কেৰিয়াৰৰ আৰম্ভণিতে তেওঁলোকৰ কোম্পানী বাছি লোৱাত তেওঁলোক সুখী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক