--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ভাৰতীয় সংস্কৃতিৰ পৰিসীমা যথেষ্ট ব্যাপ্ত৷ কেৱল ভাৰতবৰ্ষতেই নহয় , বিদেশতো আদৰ বাঢ়িছে ভাৰতীয় সংস্কৃতিৰ ৷
মঙলবাৰে ব্ৰিটিছ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঋষি চুনাক আৰু তেওঁৰ  পত্নী অক্ষতা মূৰ্তিক  লণ্ডনত  গো -পূজা কৰি থকা অৱস্থাত দেখা পোৱা যায়৷ 

 বৰিছ জনছনৰ উত্তৰাধিকাৰী হোৱাৰ প্ৰতিযোগিতাত নামি পৰা ঋষি চুনাকৰ গো-পূজা কৰি থকা ভিডিঅ’টো বৰ্তমান ভাইৰেল হৈ পৰিছে চ’চিয়েল মিডিয়াত৷ 

ভাইৰেল ভিডিঅ'টোত, সুনাকক এটা গৰুৰ বেষ্টনীত দেখা গৈছে৷ লগতে পবিত্ৰ পানী আগবঢ়োৱাৰ পিছত তেওঁক হাতত পিতলৰ পাত্ৰ লৈ থকা দেখা গৈছে৷  দম্পতীহালৰ চাৰিওফালে থকা পুৰোহিতসকলে তেওঁলোকক পৰৱৰ্তী ৰীতি-নীতিৰ বিষয়ে কোৱাও  ভিডিঅ’টোত দেখা গৈছে।
ভিডিঅ'টোৰ শেষাৰ্ধত, শ্ৰীযুত সুনক আৰু তেওঁৰ পত্নী দুয়োকে গৰুৰ আৰতি প্ৰদৰ্শন কৰা দেখা গৈছে 

ইয়াৰ পূৰ্বেও  জন্মাষ্টমী উপলক্ষে ব্ৰিটিছ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ পত্নীৰ সৈতে এটা মন্দিৰ দৰ্শন কৰাৰ   ভিডিঅ'ও ভাইৰেল হৈ পৰিছিল।


উল্লেখযোগ্য যে ,ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত এম বি এ পঢ়ি থকা অৱস্থাত লগ পোৱা দম্পতীহালে ২০০৬ চনত বাংগালোৰত  বিবাহপাশত আৱদ্ধ হৈছিল ৷ 
লগতে, অহা ৫ ছেপ্টেম্বৰত  প্ৰধানমন্ত্ৰী নিৰ্বাচনৰ চূড়ান্ত ফলাফল  ঘোষণা কৰা হ'ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ