--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সূচী ঘোষণা কৰিলে ভাৰতৰ নিৰ্বাচন আয়োগে৷ সংবাদমেলযোগে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰে আয়োগে৷ 

তেলেংগানা, মিজোৰামৰ নিৰ্বাচনৰো সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগে৷
সংবাদমেলযোগে সূচী ঘোষণা কৰে নিৰ্বাচন আয়োগৰ৷ মধ্য প্ৰদেশত ১৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷

মিজোৰামত ৭ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷
ৰাজস্থানত ২৩ নৱেম্বৰত, তেলেংগানাত ৩০ নৱেম্বৰত এটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ৷
ছত্তীশগড়ত ৭, ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া৷

আনহাতে, ৫ ৰাজ্যৰ ফলাফল ঘোষণা হ’ব ৩ ডিচেম্বৰত৷ উল্লেখযোগ্য যে মধ্যপ্ৰদেশত ২৩০ আসন, ছত্তীশগড়ত ৯০ আসনত, ৰাজস্থানত ২০০, তেলেংগানাত ১১৯ আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন৷

উত্তৰ-পূবত মিজোৰামত ৪০খন আসনত হ’ব নিৰ্বাচন৷ পাঁচ ৰাজ্যৰ মুঠ ৬৭৯ আসনৰ বাবে হ’ব ভোটগ্ৰহণ প্ৰক্ৰিয়া৷ পাঁচোখন ৰাজ্যৰ মুঠ ১৬ কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ৷ তাৰে ৮ কোটি পুৰুষ ভোটাৰ, মহিলা ভোটাৰ ৭.৮ কোটি৷ এই নিৰ্বাচনত ৬০ লাখ নতুন ভোটাৰে ভোটদান কৰিব বুলিও ঘোষণা ভাৰতৰ নিৰ্বাচন আয়োগৰ৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ