--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপাৱলী আহি আছে আৰু আপোনালোক সকলোৱে নিশ্চয় কামনা কৰি আছে যে দেৱী লক্ষ্মী আপোনালোকৰ ঘৰলৈ আহক আৰু সুখ-সমৃদ্ধিৰে ওপচাই থৈ যাওক। কিন্তু আপুনি সেই ৬ টা ভুল নকৰিব, যিটো ভুল কৰিলে মাতা লক্ষ্মীৰ খং উঠে। যিসকলে এই ৬ টা ভুল কৰে, তেওঁলোক মাতা লক্ষ্মীৰ কৃপাৰ পৰা বঞ্চিত হ’ব লাগিব।

জানি লওক কি এই ৬টা ভুল

১) জ্যোতিষত ঝাড়ুক দেৱী লক্ষ্মীৰ প্ৰতীক বুলি গণ্য কৰা হয় আৰু সন্ধিয়া ঝাড়ু দিয়াটো অশুভ বুলি গণ্য কৰা হয়। এনে কৰিলে মা লক্ষ্মীৰ খং উঠে আৰু ব্যক্তিজনৰ বেয়া দিন আৰম্ভ হয়।

২) চুৱা বাচন নাৰাখিব। চুৱা বাচন ৰাখিব নাপায়। চুৱা বাচন ধুইহে সদায় পাকঘৰৰ পৰা ওলাই যাব লাগে। চুৱা বাচন-বৰ্তন পেলাই থ'লে মা লক্ষ্মীৰ বৰ খং উঠে আৰু সেই ঘৰত কেতিয়াও বাস নকৰে।

৩) বহু দেৰিলৈকে শুব নালাগেঃ  সূৰ্য্য উদয়ৰ পাছতো যি বহু দেৰিলৈকে বিচনাত পৰি থাকে তেওঁলোকৰ ঘৰত কোনো অগ্ৰগতি নহয় আৰু মাতৃ লক্ষ্মীৰো খং উঠে। সন্ধিয়া পৰতো বিচনাত বেছি দেৰিলৈকে শুই থাকিব নালাগে।

৪) স্নান কৰাৰ পিছত সদায় সূৰ্য দেৱতাক পানী দিব লাগে, কাৰণ পৃথিৱীত ই শক্তিৰ একমাত্ৰ উৎস। যাৰ ঘৰৰ সদস্যই গা ধোৱাৰ পাছত সূৰ্য্য দেৱতাক পানী নিদিয়ে সেই ঘৰত লক্ষ্মী কেতিয়াও বাস নকৰে।

৫) যি ঘৰত ভগৱানক ধন্যবাদ নিদিয়াকৈ খাদ্য খোৱা হয়, সেই ঘৰত লক্ষ্মীয়ে কেতিয়াও বাস নকৰে। খাদ্য খোৱাৰ আগতে সদায় নিজৰ ঈশ্বৰক ধন্যবাদ দিয়ক।

৬) ঘৰৰ কোনোবাই দাঁতেৰে নখ কামুৰি থাকিলে সেই ঘৰত কেতিয়াও লক্ষ্মী বাস নকৰে। যদি ঘৰৰ কোনো সদস্যৰ এনে অভ্যাস আছে, তেন্তে তৎক্ষণাত তেওঁক এই অভ্যাস ত্যাগ কৰিবলৈ কওক। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু