--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানুহৰ সামগ্ৰিক স্বাস্থ্যৰ বাবে অধিক পৰিমাণৰ ওমেগা-৬ আৰু ওমেগা-৩ ফেটি এচিড থকা খাদ্য অতি প্ৰয়োজনীয় বুলি এক অধ্যয়নত পোহৰলৈ আহিছে। এই ফেটি এচিডসমূহে  কেইবাবিধো কেন্সাৰৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলি অধ্যয়নটোত প্ৰকাশ পাইছে৷  

জৰ্জিয়া বিশ্ববিদ্যালয়ৰ এটা গৱেষক দলে ১০ বছৰ ধৰি ২,৫০,০০০ৰো অধিক লোকৰ ওপৰত কৰা  অধ্যয়নৰ পাছত তেজত থকা ওমেগা-৩ আৰু ওমেগা-৬ ১৯টা নিৰ্দিষ্ট প্ৰকাৰৰ কৰ্কট ৰোগৰ নিৰ্দিষ্ট প্ৰকাৰৰ কৰ্কট ৰোগৰ প্ৰতিকাৰ কৰে বুলি প্ৰকাশ কৰিছে।

মানুহৰ স্বাস্থ্যৰ বাবে অপৰিহাৰ্য "স্বাস্থ্যকৰ চৰ্বি" নামেৰে পৰিচিত ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড৷চৰ্বিযুক্ত মাছ, বাদাম, এভোকেডো আনকি কিছুমান উদ্ভিদজাত তেল যেনে কেন’লা তেলত ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড পৰ্যাপ্ত পৰিমাণে থাকে৷

অধ্যয়নৰ সময়ছোৱাত প্ৰায় ৩০ হাজাৰ অংশগ্ৰহণকাৰীৰ কিছু প্ৰকাৰৰ কৰ্কট ৰোগ হৈছিল। গুৰুত্বপূৰ্ণ যে উচ্চ মাত্ৰাৰ ফেটি এচিডৰ সুফল অন্যান্য বিপদজনক কাৰক যেনে বিএমআই(বডি মাছ ইনডেক্স), শাৰীৰিক কাৰ্যকলাপ বা মদ্যপানৰ ওপৰত নিৰ্ভৰ নকৰে বুলি অধ্যয়নত প্ৰকাশ পাইছে৷

গৱেষকসকলে কয় যে মাছৰ তেলৰ পৰিপূৰক সেৱন কৰিলে শৰীৰত এই স্বাস্থ্যকৰ চৰ্বি বৃদ্ধি কৰাত সহায় কৰিব পাৰে, কিন্তু এইবোৰ গ্ৰহণ কৰাটো সকলোৰে বাবে বা সকলো পৰিস্থিতিৰ বাবে লাভদায়ক হ’ব এনে নহয় বুলি উল্লে কৰে গৱেষক সকলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ