--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
২০১৯ চনৰ এক অধ্যয়ন অনুসৰি, সমগ্ৰ ভাৰতত প্ৰায় ২১৩ নিযুত লোক মাইগ্ৰেইন ফলত তীব্ৰ বিষত ভুগি আছে।
আয়ুৰ্বেদৰ মতে, মাইগ্ৰেইন সমস্যাৰ মূল কাৰণ হৈছে আমাৰ শৰীৰত হোৱা  আৰ্থ্ৰাইটিছ আৰু পিত্তৰ ভাৰসাম্যহীনতা । কিন্তু কিছু ঘৰুৱা তথা সহজ উপায়েৰে এই সমস্যাৰ পৰা সহজেই মুক্তি পাব পাৰি৷  
মাইগ্ৰেইনৰ পৰা মুক্তি পাবলৈ  ৰাতি ১০ ৰ পৰা ১৫ ঘন্টা তিয়াই থোৱা  কিচমিচ  ৰাতিপুৱা সময়ত খাওঁক৷
 অৱশ্যে  ঘৰুৱা  উপায়েৰে মাইগ্ৰেইনৰ পৰা  অস্থায়ীভাৱে  সকাহ পালেও, স্থায়ী সমাধানৰ  বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব।

মাইগ্ৰেইনৰ কেইটামান বিশেষ লক্ষণ হ’ল - 

°ভোক হ্ৰাস।
°কোনো কামত মনোযোগ দিব নোৱাৰা।
°গোটেই বা আধা মূৰত তীব্ৰ বিষ।
°অধিক ঘাম ওলোৱা।
°শক্তিশালী শব্দ আৰু পোহৰত আতংকিত হৈ উঠা
°খাদ্য সামগ্ৰীৰ প্ৰতি এলাৰ্জি হোৱা।
°বমি হোৱা বা ওকালি অহা।


যিসকলৰ মাইগ্ৰেইনৰ সমস্যা আছে, আনকি তেওঁলোকে দুৰ্বল অনুভৱ কৰিলেও, কিছুমান অভ্যাস পৰিহাৰ কৰিব লাগে৷যেনে,
পেট খালী নাৰাখিব - পেট খালী থাকিলে মাইগ্ৰেইনৰ সমস্যা হ'ব পাৰে। খালী পেটত গেষ্ট্ৰিক থাকে, যি মাইগ্ৰেইন বৃদ্ধি কৰে।

 ৰ'দত খোজ কাঢ়িলে মাইগ্ৰেইনৰ বিষ হ'ব পাৰে।  আনকি অত্যাধিক তাপ, আৰ্দ্ৰতাৰ তাৰতম্য থাকিলেও মাইগ্ৰেইনৰ সমস্যাত ভোগা সকল সাৱধানে থাকিব৷ 

 অত্যাধিক মিঠাই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে। যেতিয়া চেনীৰ পৰিমাণ নিয়ন্ত্ৰণত ৰখা হয় তেতিয়া ইনচুলিন প্ৰস্তুত কৰা আৰম্ভ হয়। ফলস্বৰূপে, তেজত শৰ্কৰাৰ পৰিমাণ হ্ৰাস হয়। ৰক্ত শৰ্কৰাৰ স্তৰৰ তাৰতম্যৰ বাবে মাইগ্ৰেইনৰ বিষ আৰম্ভ হ'ব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?