--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ অঘটন ঘটিল  এয়াৰ ইণ্ডিয়াৰ  বিমানত। মাজ আকাশতে বিমানৰ ভিতৰত যাত্ৰীৰ মোবাইল ফোনৰ বিস্ফোৰণ ঘটাৰ পিছতে যাত্ৰীসকলৰ মাজত আতংক বিয়পি পৰে।  

এয়াৰ ইণ্ডিয়াৰ  বিমান খনে  উদয়পুৰ বিমানবন্দৰৰ পৰা  দিল্লী অভিমুখে উৰা মৰাৰ পিছতে এই অঘটন সংঘটিত হয়।  বিমানখনৰ ভিতৰতে এজন যাত্ৰীৰ মোবাইল ফোন বিস্ফোৰণ হয়। এনে পৰিস্থিতিত, পাইলটজনে বিমানখনৰ জৰুৰী অৱতৰণ কৰে। বিস্ফোৰণটোত কোনো যাত্ৰী আহত হৈছে নে নাই সেয়া তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই। 

(এয়া এটা ব্ৰেকিং নিউজ। পৰৱৰ্তী সময়ত সবিশেষ তথ্য জনাবলৈ আমি চেষ্টা কৰিম। প্ৰাম্ভিকভাবে লাভ কৰা খবৰ খিনিহে আপোনাৰ বাবে আগবঢ়োৱা হ’ল)





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস