--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল দেশকঃ চলিত বৰ্ষৰ আৰম্ভণিতে অভিনেতা ৰণবীৰ কাপুৰক বিয়া কৰাইছিল আলিয়া ভাটে। দুমাহৰ পাছত গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল আলিয়াই।  শেহতীয়াকৈ এটা পষ্ট ভাইৰেল হৈছে । তাৰ পৰা গম পোৱা গ'ল যে গভীৰ নিশা আলিয়াৰ মন গ'ল পিজ্জা খাবলৈ। 

 ছ’চিয়েল মিডিয়াত আলিয়া ভাটে এটা পষ্ট কৰি লিখিছিল যে মাজনিশা পিজ্জা খাবলৈ বৰ মন গৈছে। আলিয়াৰ স্বামী ৰণবীৰ কাপুৰে নহয় আন এগৰাকী শিল্পীয়েহে আলিয়াৰ এই ইচ্ছা পূৰণ কৰে।

আলিয়া ভাটৰ এই গৰ্ভাৱস্থাৰ ইচ্ছা পূৰণ কৰিলে  অভিনেত্ৰী শিল্পা চেট্টীয়ে।  আলিয়াই ইনষ্টাগ্ৰামত পোষ্ট কৰা ষ্টৰীটোত সেই পিজ্জাৰ এখন ছবি আছে আৰু তেওঁ শিল্পাক টেগ কৰি লিখিছে, 'এই সোৱাদভৰা পিজ্জাৰ বাবে বহুত বহুত ধন্যবাদ মোৰ প্ৰিয় শিল্পা চেট্টী.. আগতে ইমান সুস্বাদু পিজ্জা খোৱা নাছিলোঁ!!'


 উল্লেখ্য যে  আলিয়াক ৰণবীৰৰ সৈতে ব্ৰহ্মাস্ত্ৰ ছবিত দেখা গৈছিল আৰু তেওঁৰ ছবিখনে সমগ্ৰ বিশ্বতে ভাল সমাদৰ পাইছে।  ছবিখন মুক্তি পোৱাৰ প্ৰায় এমাহ পিছতো ছবিগৃহত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে