--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাক হোৱাৰ পাছত বহুত কিবাকিবি শিকিছে আলিয়া ভাটে। মাতৃত্ব অৰ্জনৰ পাছত এখন সংবাদপত্ৰৰ আগত প্ৰথমবাৰৰ বাবে মুখ খুলিছে আলিয়াই।

“মাত্ৰ তিনি সপ্তাহৰ ভিতৰতে মাতৃত্বই মোক অনেক সলনি কৰি তুলিছে।”- অভিনেত্ৰীগৰাকীয়ে কয়।

মাক হোৱাৰ পাছত ছৱিৰ চৰিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত কি ভূমিকা ল’ব, সেই বিষয়েও সাক্ষাৎকাৰত জনায় আলিয়াই।

“মই যিধৰণে কোনো এটা চৰিত্ৰ নিৰ্বাচন কৰো, সেই ক্ষেত্ৰত মই মা হোৱাৰ বিষয়টোৱে কেনেদৰে প্ৰভাৱ পেলাব, সেয়া মই নাজানো।”- আলিয়াই কয়।

“মাতৃত্বই জীৱনৰ প্ৰতি মোৰ দৃষ্টিভংগীৰ অনেকাংশ সলনি কৰি পেলাইছে। ভাৱ হয়, আগতকৈ এতিয়া মোৰ মন অধিক উন্মুক্ত হৈ পৰিছে।”- আলিয়াই কয়।

উল্লেখ্য চলিত বৰ্ষত মাতৃত্ব অৰ্জনৰ উপৰিও কেইবাখনো ছৱিৰে প্ৰশংসিত হৈছে আলিয়া। ‘গংগুবাঈ কাথিয়াৱাড়ি, আৰআৰআৰ, ব্ৰহ্মাস্ত্ৰৰ দৰে ছৱি কৰিছে অভিনেত্ৰীগৰাকীয়ে। ৱণ্ডাৰ ৱ’মেন গাল গাডোৰ স’তে হলিউডৰ ‘হাৰ্ট অৱ ষ্টোন’তো চৰিত্ৰ ৰূপায়ন কৰিছে আলিয়াই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক