--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুস্মিতাক অৰ্ধাংগিণী বুলি ললিত মোদীয়ে সম্বোধন কৰিছিল ছ’চিয়েল মিডিয়াত। ললিত মোদীৰ এই ঘোষণাৰ পাছৰে পৰাই চলি আছে সুস্মিতা-ললিত চৰ্চা। সুস্মিতাৰ লগত তেওঁৰ বিয়া হোৱা নাই, ডেটিং কৰি আছে, ললিত মোদীয়ে দ্বিতীয়বাৰৰ বাবে এই পোষ্টটো পোষ্ট কৰাৰ পিছতো বন্ধ নহ’ল  আলোচনা। বৰঞ্চ নেটিজেনে প্ৰাক্তন মিছ ইউনিভাৰ্ছ তথা আই পি এলৰ প্ৰাক্তন অধ্যক্ষ ললিত মোদীক লৈ নানা বিষয়ে বিভিন্ন কটু মন্তব্য কৰা দেখিবলৈ পোৱা যায়।

অৱশ্যে, মাতৃৰ বিষয়ে নেটিজেনে এনেদৰে নানা মন্তব্য কৰা কথাক সহজে মানি ল’ব পৰা নাই সুস্মিতা তনয়া ৰেনী সেনে। মাতৃক লৈ এনেদৰে আলোচনা হোৱাত ক্ষোভিত ৰেনে সেন। অৱশেষত, মুখ খুলিবলৈ বাধ্য হ’ল সুস্মিতাৰ জীয়ৰী ৰেনেই।

সুস্মিতা সেনে নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত এখন ছেলফী পোষ্ট কৰে। তেওঁ কেপচনত লিখিছে, ‘মই তোমাক বহুত ভাল পাওঁ। সমস্ত আলোচনা বন্ধ হওক।’ পৰম্পৰাগত ভংগীমাৰে তেওঁ লিখিছে, ‘দুগ্গা, দুগ্গা।’

তথাপিতো অন্ত পৰা নাই চৰ্চাৰ। জীয়ৰীৰ আক্ষেপ তথা ক্ষোভৰ পৰিভাষা নেটিজেনে অনাগত সময়ত কিদৰে লয় সেয়া কিন্তু লক্ষ্যণীয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ