--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কোৱা হয় যে দুজন পিতৃ-মাতৃ একত্ৰিত হলে সন্তান ধুনীয়াকৈ ডাঙৰ হয়। কিন্তু কিছুমান ক্ষেত্ৰত সকলো শিশুৱে দুয়োটা নাপায়। পিতৃয়ে এককভাৱে সন্তানক ডাঙৰ-দীঘল কৰিছে। ঠিক যেনেকৈ পৰিচালক-প্ৰযোজক কৰণ জোহৰে কৰিছে। তেওঁ নিজৰ যমজ সন্তান যশ আৰু ৰুহীক এককভাৱে ডাঙৰ-দীঘল কৰিছে। এইবাৰ যশ-ৰুহীয়ে কৰ্ণক এটা কঠিন প্ৰশ্নৰ উত্তৰ বিচাৰিলে। শিশু দুটাই দেউতাক কৰ্ণক সুধিলে, "তেওঁলোকৰ জন্ম কাৰ গৰ্ভত?"

 

২০১৭ চনৰ ৭ ফেব্ৰুৱাৰীত চেৰগেচিৰ জৰিয়তে যমজ সন্তানৰ পিতৃ হোৱা কৰ্ণে জন্মৰ পিছত প্ৰায় ছমাহ ধৰি শিশু দুটাক জনসাধাৰণৰ চকুৰ পৰা লুকুৱাই ৰাখিছিল। কিন্তু লাহে লাহে ছচিয়েল মিডিয়া পেজত যশ-ৰুহিৰ যুটি জনপ্ৰিয় হৈ পৰিল। পৰিচালকগৰাকীৰ মাতৃ হিৰু জোহৰে কৰণে অকলশৰীয়া পুৰুষ হিচাপে চেৰগেচিৰ জৰিয়তে সন্তান জন্ম দিয়াৰ সিদ্ধান্তক সমৰ্থন কৰে। কৰ্ণৰ মাকক সন্তান দুটাই মামাবুলি সম্বোধন কৰে।

 

এতিয়া যশ আৰু ৰুহীয়ে ডাঙৰ হৈ মাকক বিচাৰি আছে। শেহতীয়া এক সাক্ষাৎকাৰত কৰণে স্বীকাৰ কৰে যে শিশু এটাক এককভাৱে ডাঙৰ-দীঘল কৰাটো মুখৰ কথা নহয়। কামটো কঠিন। পৰিচালকে ক'লে, "আজিকালি মোৰ সন্তান দুটাই প্ৰায়ে সুধি থাকে, 'আমি কাৰ গৰ্ভত জন্ম লওঁ?'" আকৌ কয়, মামা আমাৰ আইতা, আমাৰ মা নহয়। এই পৰিস্থিতি কেনেকৈ চম্ভালিব পাৰি সেই বিষয়ে তেওঁলোকৰ স্কুল কাউন্সিলৰ সৈতে মই যোগাযোগত আছো।''


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ