--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  হঠাতে মাটি ডুব যোৱাৰ ফলত ডাঙৰ গাঁত এটা গঠন হ’ল। সেই স্থানত ৰীল বনাবলৈ মানুহৰ লাগিল ভিৰ আহিল। প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰিবলৈ বাধ্য হৈ পৰিল।


কিছুদিন পূৰ্বে ৰাজস্থানৰ বিকানেৰ জিলাৰ লুংকৰনছাৰ তেহচিল এলেকাৰ সাহজৰাসৰ গাঁৱত ১.৫ বিঘা মাটি ১০০ ফুট তললৈ বহি গৈছিল। ভূমি বহি যোৱাৰ পাছত মানুহৰ মাজত হাহাকাৰ লাগে। এনে পৰিস্থিতিত মানুহে এই ঠাইলৈ আহি চেলফি তুলিবলৈ আৰু ৰীল বনাবলৈ দৌৰি আহিল এই স্থানত আৰক্ষীয়ে জাৰি কৰিছে ১৪৪ ধাৰা।


ইয়াৰ ৰহস্য উলিয়াবলৈ বিকানেৰ জিলা প্ৰশাসন আৰু ভূতত্ত্ব বিশেষজ্ঞসকল তদন্তত ব্যস্ত হৈ আছে। জিলা উপায়ুক্ত নম্ৰতা বৃষ্ণীয়ে কয় যে এসময়ত তাৰ তলত এটা পুখুৰী বা কুঁৱা আছিল। ইয়াৰ বাবেই হয়তো মাটি ডুব গৈছে। মাটিখিনি ডুব যোৱা ঠাইখিনিৰ ওচৰতে এটা ৰাস্তা আছিল। সেই ৰাস্তাটোও এতিয়া গাঁতলৈ পৰিণত হৈছে। এতিয়া যুৱক-যুৱতীসকলে তালৈ গৈ ৰীল বনাইছে, যিবোৰ  ছ’চিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে।


যাতে কোনো বৃহৎ অপ্ৰীতিকৰ ঘটনা আৰু যাতে কোনো ডাঙৰ দুৰ্ঘটনা নহয় তাৰবাবে আৰক্ষী-প্ৰশাসন সষ্টম হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ