--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : প্ৰতিজন ব্যক্তিৰ জন্মতে নিৰ্ধাৰণ হয় নিজৰ নিজৰ ভাগ্য। এই ভাগ্য তেওঁৰ পূৰ্বৰ জন্মত কৰা কৰ্মৰ ফল অনুসৰি লাভ কৰে। কিন্তু কঠোৰ পৰিশ্ৰম, চিন্তা আৰু আবেগেৰে তেওঁ বহু কথাই সলনি কৰিব পাৰে। অৱশ্যে কিছু কথা এনেকুৱা যে মানুহে ইচ্ছা কৰিলেও কেতিয়াও সলনি কৰিব নোৱাৰে। আচাৰ্য চাণক্যৰ নীতিশাস্ত্ৰত কোৱা হৈছে যে কিছুমান কথা মানুহৰ ভাগ্যৰ লগত জড়িত আৰু এইবোৰ কেৱল মাতৃৰ গৰ্ভত নিৰ্ধাৰিত হয়।

এইবোৰ কথা কেতিয়াও সলনি নহয়-

আচাৰ্য চাণক্য নীতিত এনে কিছুমান কথা উল্লেখ আছে, যিবোৰ আজিও সম্পূৰ্ণ প্ৰাসংগিক। এনে কিছুমান কথা চাণক্য নীতিত কোৱা হৈছে, যিবোৰ কোনেও সলনি কৰিব নোৱাৰে।

১. এজন ব্যক্তিৰ বয়সঃ-আচাৰ্য চাণক্যই কৈছে যে এজন ব্যক্তিৰ বয়স বা কিমান বছৰ জীয়াই থাকিব সেয়া মাতৃৰ গৰ্ভতেই নিৰ্ণয় কৰা হয়। ই কেতিয়াও সলনি নহয়।

২. মৃত্যুৰ সময়ঃ-বয়সৰ দৰে মানুহৰ মৃত্যুৰ সময়ো মাতৃৰ গৰ্ভতে স্থিৰ হৈ থাকে। এজন ব্যক্তিয়ে মৃত্যুৰ সময়কো সলনি কৰিব নোৱাৰে। যি সময়ত তেওঁৰ মৃত্যু লিখা হয়, ঠিক সেই সময়তে মৃত্যু হোৱাৰ লগতে তেওঁৰ মৃত্যু সহজ হ’ব নে যন্ত্ৰণাদায়ক হ’ব, সেইটোও তেওঁৰ কৰ্মৰ ভিত্তিত নিৰ্ণয় কৰা হয়।

৩. সুখ-দুখঃ-এজন ব্যক্তিয়ে কেনেধৰণৰ জীৱন-যাপন কৰিব সেয়াও মাতৃৰ গৰ্ভতে নিৰ্ণয় কৰা হয়। তেওঁ দুখ-সুখ কেনেদৰে ভোগ কৰিব, সেই কথাও তেওঁৰ পূৰ্বৰ জন্মৰ কৰ্মৰ দ্বাৰা নিৰ্ণয় কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস