--°C
Loading...
Listen to Article
2 min read
80%

২০ মাৰ্চ ২০২৩, সোমবাৰ

মেষ : কোনো কর্মত আনন্দ পাব৷ হঠাৎ অর্থ লাভৰ আশা কৰিব পাৰে৷ মাতৃৰ শৰীৰ বেয়া নহ’ব৷ শুভ সংখ্যা ৪৷

বৃষ : ক্রমে দিনটো কিছু বাধাৰ মাজেদি পাৰ হ’ব লাগিব৷ খৰচ বৃদ্ধি পাব৷ কিছুমান দুর্ভাৱনাই লগ ধৰিব পাৰে৷ সেয়েহে আজি ৰাতি নিৰামিষ আহাৰ গ্রহণ কৰিব৷ শুভ সংখ্যা ২৷

মিথুন : দূৰ যাত্রাদিত বাধা, পৰাপক্ষত অতিপাত পৰিশ্রম বর্জন কৰক৷ বিদ্যা, কর্মস্থান, দাম্পত্যত পূর্বানুৰূপ৷ শুভ সংখ্যা ৪৷

কৰ্কট : পুৰণা বন্ধুৰ লগত সাক্ষাতৰ সম্ভাৱনা আছে৷ আর্থিকত মজলীয়া ফল পাব৷ বিদ্যাত মধ্যম৷ ব্যৱসায়ত উন্নতিৰ যোগ৷ শুভ সংখ্যা ১৷

সিংহ : আপোনাৰ ধন ব্যয় হব পাৰে। প্ৰিয়জনৰ লগত আজি ভাল ব্যৱহাৰ কৰক। আত্মীয়ৰ সৈতে সময় অতিবাহিত কৰক। শুভ সংখ্যা ১।

কন্যা : দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হব পাৰে। ধন লাভ। শুভ সংখ্যা ৩।

তুলা : বিদ্যার্থীৰ বাবে আজি দিনতো ভালেই দেখা যায়৷ কর্তব্যত আগ্রহ বাঢ়িব৷ ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল৷ শুভ সংখ্যা ৯৷

বৃশ্চিক : উন্নত পৰিৱেশ৷ ঘৰুৱা দিশত ভাল ফল পোৱাৰ আশা কৰিব পাৰে৷ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে মতান্তৰৰ সম্ভাৱনা৷ যাত্রা শুভ৷ শুভ সংখ্যা ৭৷

ধনু : অধিক পোৱাৰ মনোভাৱ পৰিহাৰ কৰাটো ভাল হ’ব। পৰিয়ালৰ সদস্য সকলৰ সৈতে সৰু কথাক লৈ বহু ডাঙৰ বিবাদ এখনৰ সৃষ্টি কৰিব পাৰে। শুভ সংখ্যা ৭।

মকৰ : সু–সংযোগ লাভৰ যোগ৷ আর্থিকত মজলীয়া ফল পাব৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ আজি আপুনি পুৱা বিষ্ণু মন্দিৰত পূজা কৰিব৷ শুভ সংখ্যা ১৷

কুম্ভ : আর্থিক চিন্তা থাকিব৷ প্রাপ্য ধন পোৱাৰ চেষ্টাও ব্যর্থ হ’ব পাৰে৷ ধর্মীয়ানুষ্ঠানত যোগদানৰ সম্ভাৱনা আছে৷ কর্মত অৱশ্যে খ্যাতি থাকিব৷ শুভ সংখ্যা ৮৷

মীন : কর্মাদিনত হঠাৎ ব্যস্ততা বাঢ়িব৷ শাৰীৰিক দিশত ভালেই যাব৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব৷ পূর্বদিশে যাত্রা কৰিলে সুফল পাব৷ শুভ সংখ্যা ৬৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস