--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আলু এনেকুৱা এবিধ পাচলি যি স্বাস্থ্যৰ লগতে চুলিৰ বাবেও উপকাৰী। আলুৰ ৰসে চুলিৰ প্ৰাকৃতিকভাৱে বৃদ্ধিৰ কাম কৰে। শুকান আৰু নিৰ্জীৱ চুলিৰ সমস্যাৰ বাবে আলুৰ বাকলি চুলিৰ মাস্ক হিচাপে সৰ্বোত্তম বুলি প্ৰমাণিত হৈছে। কেৱল এইটোৱেই নহয়, আলুৰ ভিতৰৰ অংশয়ে চুলি ক’লা কৰাত অতি ফলপ্ৰসূ, গতিকে আলুৰ বাকলিৰে চুলিৰ মাস্ক কেনেকৈ বনাব পাৰি জানো আহক।

 ১. চুলিৰ মাস্ক প্ৰস্তুত কৰিবলৈ প্ৰয়োজনীয় উপাদানসমূহ-

* একাপ আলুৰ বাকলি

* দুচামুচ মৌ

* এচামুচ এলোভেৰা জেল

২. আলুৰ খোলা চুলিৰ মাস্ক কেনেকৈ বনাব?

Potato Peel hair mask বনাবলৈ প্ৰথমে আলুক বাকলিখিনি উলিয়াই ভালদৰে ধুই পানীত তিয়াই ৰাখিব। তাৰ পাছত এই খোলাবোৰ ভালদৰে গুড়ি কৰি লওক। ইয়াৰ পিছত তাত মৌ আৰু এলোভেৰা জেল দি ভালদৰে মিহলাই লওক।

৩. আলুৰ বাকলি চুলিৰ মাস্ক কেনেকৈ ব্যৱহাৰ কৰিব?

আলুৰ বাকলিৰে প্ৰস্তুত কৰা মাস্কখিনি হেয়াৰ ব্ৰাছৰ সহায়ত চুলিৰ গুৰিত ভালদৰে লগাব। ইয়াৰ পাছত আধা ঘণ্টা চুলিত শুকুৱাবলৈ দি শ্বেম্পু আৰু কণ্ডিচনাৰেৰে চুলি ধুই পৰিষ্কাৰ কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ