--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কল্পনা কৰকচোন, যদি আপোনাৰ সন্মুখত শিলৰ ভাজি খাদ্য পৰিবেশন কৰা হয়, তেন্তে কি হ’ব? সামাজিক মাধ্যমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে, য’ত দেখা গৈছে যে শিল গুটি ভাজি প্ৰস্তুত কৰা হৈছে।

এই চীনা খাদ্যটোক ‘Suadio’ বুলি কোৱা হয়। শিলেৰে নিৰ্মিত এই ব্যঞ্জনবিধ মূলতঃ আন শাক-পাচলি আৰু চচৰ সৈতে কেৰাহীত ভাজি লোৱা হয়।

কিন্তু প্ৰশ্ন হয়, শিলটো কেনেকৈ খোৱা হয়? আচলতে শিলবোৰ চোবাই বা গিলি পেলোৱা নহয়, শিলত লাগি থকা মছলা আৰু চাটনিবোৰহে উপভোগ কৰা হয়। চীনা ভাষাত ‘ছুয়াডিঅ’ শব্দৰ অৰ্থ হৈছে চুহি খোৱা।

এই খাদ্যটো চীনৰ হুবেই প্ৰদেশত সুপৰিচিত। কোৱা হয়, বহু আগতে ব্যৱসায়ীয়ে যেতিয়া নদীত দীঘলীয়া যাত্ৰা কৰিছিল, যেতিয়া খাদ্যৰ অভাৱ হৈছিল, তেতিয়া নদীৰ পৰা শিল সংগ্ৰহ কৰি এই খাদ্য তৈয়াৰ কৰিছিল। নদীৰ পৰা সংগ্ৰহ কৰা শিলবোৰত একধৰণৰ সুগন্ধ আছিল। আন শাক-পাচলিৰ লগত ভাজিলে সুস্বাদু হৈ পৰে। পিছত চীনৰ বিভিন্ন প্ৰদেশত ব্যৱসায়ীসকলে সেই খাদ্য খাবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস