--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত মঙলবাৰে পুৱা বুজন পৰিমাণৰ নিষিদ্ধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিছে আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ লুমচুঙত অভিযান চলাই এখন চুম’ বাহনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হৈছে হেৰ'ইন। 

শিলচৰৰ পৰা শ্বিলং অভিমুখী চুম' বাহনখনৰ পৰা হেৰʼইন জব্দ কৰে আৰক্ষীয়ে।

ইষ্ট জয়ন্তীয়া হিলছ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক আৰু এএনটিএফ বাহিনীয়ে চলাইছিল ড্ৰাগছৰ বিৰুদ্ধে যুটীয়া অভিযান। 

চুম'খনৰ পৰা হেৰ'ইন ভৰ্তি ৫৮ টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়। এই বাকচ কেইটাৰ পৰা মুঠ ৬০৯ গ্ৰাম ওজনৰ হেৰ’ইনৰ জব্দ কৰা হয়।

জব্দ কৰা হেৰ’ইনখিনিৰ বজাৰ মূল্য ৫.৫ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষীয়ে। 

মেঘালয়ত নতুন ডিজিপি ইদাশিছা নংৰাঙে দায়িত্ব লোৱাৰ এদিন পিছত এইটোৱেই ড্ৰাগছৰ বিৰুদ্ধে প্ৰথমটো বৃহৎ সাফল্য।

নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে শ্বিলং মাণ্ডনৰিটিঙৰ লাল বিয়াকদিক বৈফেই নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। 

লগতে টাটা চুম' আৰু এটা মোবাইল জব্দ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ