--°C
Loading...
Listen to Article
2 min read
80%
১৯ মাঘ, বুধবাৰ ইং ২ ফেব্ৰুৱাৰী মেষ ৰাশি - মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষত্ৰত শুভ৷ প্ৰেমত শুভ ৷ সম্পত্তি লাভৰ লগতে বিবাদ নিষ্পত্তিৰ যোগ দেখা যায়। বৃষ ৰাশি - বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব৷ উত্তম ভোজন লাভ৷ সকলো দিশতে সজাগ হোৱাটো ভাল। মিথুন ৰাশি- মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মব্যস্ততা বৃদ্ধিৰ লগতে কৰ্মক্ষত্ৰত দ্বায়িত্ব বাঢ়িব৷ সজাগ নহলে সামান্য মনত কষ্ট পোৱাৰ যোগ দেখা যায়। কৰ্কট ৰাশি - কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত নতুন যোগাযোগ সুযোগ লাভ কৰিব৷ কৰ্ম প্ৰচেষ্টাত সফল হ'ব৷ সজাগ নহলে মনত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়। সিংহ ৰাশিৰ- সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰতিভা বিকাশ সুযোগ লাভ কৰিব৷ সজাগ নহলে কৰ্মক্ষত্ৰত সামান্য জতিলতা বাঢ়িব আৰু আনৰ পৰা মনত সামান্য দুখ পোৱাৰ যোগ দেখা যায়। কন্যা ৰাশি - কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত শিল্পীসকলৰ শুভ৷ আত্মীয়ৰ পৰিয়ালৰ সুখ বাঢ়িব৷ মনত উদাৰতাৰ ভাৱ বৃদ্ধিৰ যোগ দেখা যায়। তুলা ৰাশি - তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ৷ পিতৃ-মাতৃৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হ'ব পাৰে৷ সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰো যোগ দেখা যায়। বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত মনৰ চিন্তা ধাৰা উন্নত হ'ব৷ সম্পত্তি বৃদ্ধি৷ সজাগ নহলে সামান্য মনোমালিন্য বা শত্ৰু বৃদ্ধিৰ যোগ দেখা যায়। ধনু ৰাশি - ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত প্ৰেমত শুভ৷ সাহিত্য সেৱাত মনোনিবেশ হব৷ কৰ্মক্ষত্ৰত সজাগ হোৱা ভাল। মকৰ ৰাশি - মকৰ ৰাশি জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আনৰ পৰা মৰম লাভ কৰিব৷ ৰোগাৰোগ্য হ'ব৷ যদিও আজি দিনটোত কৰ্মক্ষত্ৰত সজাগ হ'ব। কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটোত উত্তম ভোজন লাভ৷ প্ৰেমত শুভ৷ সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়। মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত মনত নতুন আশাৰ সঞ্চাৰ হ'ব৷ কৰ্মক্ষত্ৰত সুযোগ লাভ কৰিব৷ মনত সামান্য উদ্বেগভাৱ বৃদ্ধিৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা